Nurul Islam Official

Nurul Islam Official The Official Page Of Nurul Islam Official, AGP Leader, 27 No. Chamaria Constituency,Assam. অসম গণ পৰিষদ

অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা ড° Himanta Biswa Sarma ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শ...
12/05/2026

অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা ড° Himanta Biswa Sarma ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা Atul Bora অতুল বৰা ডাঙৰীয়াকো আন্তৰিক শুভেচ্ছা জনালোঁ।

আপোনালোকৰ দূৰদৰ্শী নেতৃত্ব, নিষ্ঠা আৰু অসমৰ উন্নয়নৰ প্ৰতি অবিৰাম প্ৰচেষ্টা ৰাজ্যবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। নতুন কাৰ্যকালত অসমৰ অধিক উন্নয়ন, শান্তি, সমৃদ্ধি আৰু জনকল্যাণ সাধন হওক বুলি আন্তৰিক কামনা কৰিলোঁ।

জনসেৱাৰ এই নতুন যাত্ৰা সফল আৰু গৌৰৱময় হওক।
জয় আই অসম।
CMO Assam
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

30/04/2026
আজিৰ পৱিত্ৰ বিহুৰ দিনটোত মই অসমবাসী ৰাইজলৈ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা প্ৰতিগৰাকী অসমীয়ালৈ আন্তৰিক ওলগ, প্ৰীতি আৰ...
14/04/2026

আজিৰ পৱিত্ৰ বিহুৰ দিনটোত মই অসমবাসী ৰাইজলৈ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা প্ৰতিগৰাকী অসমীয়ালৈ আন্তৰিক ওলগ, প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ।

আজি অসম গণ পৰিষদ দলৰ মুখ‍্য কাৰ্য‍্যালয় আমবাৰীত দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু সন্মানীয় কাৰ্য‍্যকৰী সভাপতি কেশ...
12/04/2026

আজি অসম গণ পৰিষদ দলৰ মুখ‍্য কাৰ্য‍্যালয় আমবাৰীত দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু সন্মানীয় কাৰ্য‍্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত সদ‍্য সমাপ্ত বিধান সভাৰ নিৰ্বাচন সন্দৰ্ভত অনুষ্ঠিত হোৱা নিৰ্বাচনী পৰ্য‍্যালোচনা সভাত অংশগ্ৰহন কৰো…. 🙏

🙏🙏
08/04/2026

🙏🙏

আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন।৫.০০ বজাত প্ৰচাৰ কাৰ্য্যৰ সমাপ্তি ঘটিব। ২৭ নং  ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মোৰ শ...
07/04/2026

আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন।৫.০০ বজাত প্ৰচাৰ কাৰ্য্যৰ সমাপ্তি ঘটিব।
২৭ নং ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মোৰ শ্ৰদ্ধাৰ আৰু আদৰৰ সমূহ ৰাইজৰ আশীষ বিচাৰিছোঁ , ইমান দিনে মোক সংগ দিয়া সমূহ NDA কাৰ্য্যকৰ্তাক ধন্যবাদ জনাইছোঁ।
অহা ৯ এপ্ৰিল তাৰিখ বৃহস্পতিবাৰে
EVM ত 2 নম্বৰত হাতীৰ ছবিত ভোট দি বিকাশ আৰু উন্নয়নৰ লগত হাত উজান দিবলৈ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ।। 🙏🏼🙏🏼

-- নুৰুল ইছলাম
২৭ নং ছমৰীয়া বিধানসভা সমষ্টিৰ NDA সমৰ্থিত AGP দলৰ প্ৰাৰ্থী

🙏🙏
07/04/2026

🙏🙏

07/04/2026

ধন্যবাদ………

শ্ৰদ্ধাৰ তথা মৰমৰ ছমৰীয়াবাসী ৰাইজ,,এই অভূতপূর্ব সঁহাৰিৰ বাবে ছমৰীয়াবাসীলৈ কৃতজ্ঞতা…..🙏

📍২৭ নং ছমৰীয়া বিধানসভা সমষ্টি।।



Address

Chamaria
Gauhati
781137

Website

Alerts

Be the first to know and let us send you an email when Nurul Islam Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share