Laruajan Yuva Shanga

Laruajan Yuva Shanga Sports,social activities,public figer, social awareness, public help

16/11/2024

Bhauriabhita

14/07/2024

Special thanks to LYS members❤

Kam soli ase
14/07/2024

Kam soli ase

Almost work is complete💪💪
13/07/2024

Almost work is complete💪💪

13/07/2024

Almost Complete💪💪

কাকো নকওঁ লাৰুৱাজানৰ মানুহৰ দুঃখ কষ্টৰ কথা 😭😭||||||||Rekibuddin Ahmed
13/07/2024

কাকো নকওঁ লাৰুৱাজানৰ মানুহৰ দুঃখ কষ্টৰ কথা 😭😭
|
|
|
|
|
|
|
|
Rekibuddin Ahmed

ৰাইজে নখ জোকাৰিলে নৈ বয়।লাৰুৱাজান তিনি আলিৰ নতুন দলংৰ কাম চলি আছে ।
13/07/2024

ৰাইজে নখ জোকাৰিলে নৈ বয়।

লাৰুৱাজান তিনি আলিৰ নতুন দলংৰ কাম চলি আছে ।

29/06/2024
21/03/2024

চাহৰ সৈতে এইসমূহ খোৱাটো বিহ খোৱাৰ দৰে একেই
চাহৰ সৈতে এইসমূহ খোৱাটো বিহ খোৱাৰ দৰে একেই

ডিজিটেল ডেস্ক: অধিকাংশ লোকেই একাপ চাহ খাইহে তেওঁলোকৰ দিনটো আৰম্ভ কৰে।এই চাহ কাপ খোৱাৰ পিছত তেওঁলোকে সতেজ অনুভৱ কৰে আৰু কাম কৰিবলৈ ক্ষিপ্ৰতা লাভ কৰে।চাহৰ সৈতে কিবা খোৱাটোও আকৌ একাংশৰ অভ্যাস।কিন্তু চাহৰ সৈতে কিছুমান খাদ্য খোৱাটো বিহ খোৱাতকৈ কোনোগুণে কম নহয়।চাহৰ সৈতে কি কি খাদ্য খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, আজি জানো আহক-

বাদাম আৰু শুকান ফল

বিশেষজ্ঞসকলৰ মতে, আইৰণ সমৃদ্ধ বস্তুবোৰ চাহৰ সৈতে খাব নালাগে। শুকান ফল যেনে কাজু বাদাম, কাঠবাদাম, চিনাবাদাম আৰু কিচমিচ চাহৰ সৈতে কেতিয়াও খাব নালাগে। চাহৰ সৈতে এইসমূহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

বেচন

বহুলোকে বেচনৰে তৈয়াৰ কৰা খাদ্য সামগ্ৰী যেনে ভুজিয়া, পকৰি আদি চাহৰ সৈতে খাবলৈ ভাল পায়। কিন্তু বিশেষজ্ঞসকলৰ মতে, বেচনৰ পৰা তৈয়াৰ কৰা খাদ্য চাহৰ সৈতে বহুপ্ৰকাৰৰ স্বাস্থ্য সমস্যা হ'ব পাৰে।

হালধি

চাহপাত আৰু হালধি কেতিয়াও একেলগে খাব নালাগে। চাহৰ সৈতে হালধি থকা খাদ্য খালে পাকস্থলীত গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ'ব পাৰে।

নেমু

শৰীৰটো সুস্থ ৰাখিবলৈ প্ৰায়ে নেমু চাহ খাবলৈ পৰামৰ্শ দিয়া হয়। কিছুমান মানুহে বিশ্বাস কৰে যে নেমু চাহ খোৱাটোৱে ওজন হ্ৰাস কৰাত আৰু মেদবহুলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, চাহ পাতত নেমুৰ ৰস মিহলি কৰিলে শৰীৰত ফুলা সমস্যা হ'ব পাৰে। যদি ৰাতিপুৱা খালী পেটত নেমু চাহ পান কৰা হয়, ই ৰিফ্লাক্স আৰু বুকু জ্বলাৰ সমস্যাও সৃষ্টি কৰিব পাৰে।

আইৰণ সমৃদ্ধ পাচলি

চাহৰ সৈতে আইৰণ সমৃদ্ধ পাচলি গ্ৰহণ নকৰা উচিত। চাহত টেনিন আৰু অক্সালেট থাকে, যিয়ে আইৰণ শোষণ হোৱা প্ৰতিহত কৰে। সেয়েহে, চাহৰ সৈতে আইৰণ সমৃদ্ধ বস্তু নাখাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।

Address

Laruajan
Guwahati
781136

Website

Alerts

Be the first to know and let us send you an email when Laruajan Yuva Shanga posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Laruajan Yuva Shanga:

Share

Category