09/09/2025
অসম ৰাজ্যিক এনএছএছ বঁটা লাভ কৰি পূব কামৰূপ মহাবিদ্যালয়, মহাবিদ্যালয় এনএছএছ গোট আৰু বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা আমাৰ প্ৰাক্তন স্বেচ্ছাসেৱক তথা সাম্প্ৰতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ফাৰুকুদ্দিন আহমেদক জনাইছোঁ অলেখ মৰম আৰু শুভ কামনা... লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
সমাজসেৱাৰ মনোভাৱেৰে গোটৰ মজিয়াত তুমি আগবঢ়োৱা কৰ্মৰ ৰেঙনি আজিও আমাৰ মানসপটত প্ৰজ্বলিত হৈ আছে। ভৱিষ্যত দিনতো সমাজত নেতৃত্ব প্ৰদানেৰে উন্নয়ন সাধন কৰা সেয়াই আমি কামনা কৰিলোঁ। ❤️
- PKCNSS