Goria Women Justice Forum

Goria Women Justice Forum A wing of Sadou Asom Goria Jatiya Parishad

07/10/2025



11/09/2025

#মথুৰা_পাগ

09/09/2025
28/08/2025
27/08/2025
03/07/2025

আমি সদৌ অসম গৰীয়া জাতীয় পৰিষদে সাংগঠনিক জনগণনাত চাৰি উপৰিপুৰুষে বসবাস কৰা তথ্যৰ জৰিয়তে গৰীয়াৰ মুঠ সংখ্যা নিৰ্ণয় কৰাৰ বাবে যোৱা ছেপ্তেম্বৰ মাহৰ পৰা গৰীয়াৰ জনগণনা আৰম্ভ কৰিছিলোঁ ৷ আমাৰে বহুতে আমাক সমালোচনা কৰিছিল ৷ এতিয়া চৰকাৰে সৰ্বশিক্ষা অভিযানৰ জৰিয়তে আৰম্ভ কৰিছে ৷ নিজৰ পিতৃৰ চাৰি-পুৰুষৰ বিষয়ে জনাটো কিমান জৰুৰী বুজক আৰু অনুভৱ কৰক ৷ আমি থলুৱা সকলে নিজৰ চাৰি উপৰিপুৰুষৰ বিষয়ে সবিশেষ জানিলেহে বিদেশী আৰু বহিৰাগত মূলৰ সকলক বিচাৰি উলিওৱাত সহায়ক হ’ব ৷

24/02/2025

মৰিগাঁও জিলাৰ জাজৰিত দেওবাৰে সদৌ অসম গৰীয়া জাতীয় পৰিষদ জাজৰি আঞ্চলিক সমিতিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়

ছিপাঝাৰ, ০২/০২/২০২৫
16/02/2025

ছিপাঝাৰ, ০২/০২/২০২৫

Address

Dakhingaon Road, Kahilipara, Guwahatii
Guwahati
781019

Alerts

Be the first to know and let us send you an email when Goria Women Justice Forum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share