Bijni assembly youth Congress

Bijni assembly youth Congress 7575924293

11/03/2024

সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🤲✨

12/11/2023

সকলোকে পোহৰৰ উৎসৱ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।🎆

15/12/2022

🛑 আজি জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ ওপজা দিন

25/07/2022
অসম প্ৰদেশ কংগ্ৰেছ  কমিটিৰ মাননীয় সভাপতি শ্ৰী   Borah  দেৱে আজি ঘোষিত হোৱা হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান লাভ কৰা দৌল...
08/06/2022

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰী Borah দেৱে আজি ঘোষিত হোৱা হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান লাভ কৰা দৌলতপুৰ হাইমাদ্ৰাছাৰ ছাত্ৰী শ্বেহনাজ পাৰবীনক তেওঁৰ ঘৰলৈ গৈ এটি জাপি আৰু এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

গুৱাহাটীত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল। যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ টাকৈ ডকাইতক। ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ পৰিক...
26/05/2022

গুৱাহাটীত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল। যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ টাকৈ ডকাইতক। ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ পৰিকল্পনা কৰিছিল দলটোৱে। মাজনিশা এখন অট'ৰ পৰা গ্ৰেপ্তাৰ কৰে ৫ ডকাইতক। ডকাইতকেইটাৰ পৰা চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।মণি কলিতা, লেবিয়ান বড়ো, হৰিচন্দ্ৰ দেৱবাৰ্মাক গ্ৰেপ্তাৰ। বিকি চেত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Thanks for   Khatun
09/05/2022

Thanks for Khatun

07/05/2022

दुनिया का पहला आदमी जिसने कपड़े बदलने में....

महिलाओं को भी पिछे छोड़ दिया....😂🤣

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Bijni assembly youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bijni assembly youth Congress:

Share