Indian National Congress Hatidhura BCC Kokrajhar

Indian National Congress Hatidhura BCC Kokrajhar Indian National Congress Hatidhura BCC, Dhubri

11/08/2023

মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া অসম কংগ্রেছ বিধায়িনী দলৰ উপ দলপতি #ৰকিবুল_হুছেইন ডাঙৰীয়াৰ।

11/08/2023

ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা "সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা" সম্পৰ্কত প্ৰদেশ কংগ্রেছৰ প্ৰতিক্ৰিয়া। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম কংগ্রেছ বিধায়িনী দলৰ উপ দলপতি #ৰকিবুল_হুছেইন ডাঙৰীয়াই।

কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি Pranjit Basumatary ডাঙৰীয়াৰ উপস্থিতিত   ভাৰত ত্যাগ আন্দোলন স্বাধী...
09/08/2023

কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি Pranjit Basumatary ডাঙৰীয়াৰ উপস্থিতিত ভাৰত ত্যাগ আন্দোলন স্বাধীনতা সংগ্ৰামৰ প্ৰতিগৰাকী বীৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

প্ৰদেশ কংগ্রেছৰ সভাপতি হিচাপে Bhupen Borah ডাঙৰীয়াই সফলতাৰে পাৰ কৰা বিগত দুটি বছৰৰ কিছু কথা।
25/07/2023

প্ৰদেশ কংগ্রেছৰ সভাপতি হিচাপে Bhupen Borah ডাঙৰীয়াই সফলতাৰে পাৰ কৰা বিগত দুটি বছৰৰ কিছু কথা।

মণিপুৰী মহিলা নগ্ন হোৱা নাই,নগ্ন হৈছে বিজেপি চৰকাৰ!নগ্ন হৈছে দেশৰ গৃহ বিভাগ!
21/07/2023

মণিপুৰী মহিলা নগ্ন হোৱা নাই,
নগ্ন হৈছে বিজেপি চৰকাৰ!
নগ্ন হৈছে দেশৰ গৃহ বিভাগ!

17/07/2023
আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেব...
13/07/2023

আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবাব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়াৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা ডাঙৰীয়া, শিৱসেনাৰ ৰাণা সেন ডাঙৰীয়া, উত্তৰ পূব সীমান্ত ৰেলৱেৰ ইউনিয়নৰ অনুসূচীত জাতি পৰিষদৰ সাধাৰন সম্পাদক তাৰিণী চৰণ দাস ডাঙৰীয়াই আনুষ্ঠানিক ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

Bhupen Borah

12/07/2023

ক্ষমতাৰ লোভত ৰাতিৰ ভিতৰত কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া এমচি এলয়ে সজল সিং ৰ আলাই আথানি।

 েপাৰ_হিমন্ত_চৰকাৰ
03/07/2023

েপাৰ_হিমন্ত_চৰকাৰ

Address

Hatidhura
Gossaigaon
783332

Website

Alerts

Be the first to know and let us send you an email when Indian National Congress Hatidhura BCC Kokrajhar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share