ASSU-Gossaigaon Dist Committee

ASSU-Gossaigaon Dist Committee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ASSU-Gossaigaon Dist Committee, Social service, Habrubil Near B Ed College Gossaigaon, Gossaigaon.

::: সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে বঙাইগাওঁ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত। ৰাতিপুৱা পতাকা উত্তো...
26/03/2023

::: সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে বঙাইগাওঁ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত।

ৰাতিপুৱা পতাকা উত্তোলন কৰেসদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিমল সৰেনে।
মুখ্য অতিথি:-বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য লাইশৰাম লাডু সিং উপস্থিত থাকে।

#বিটিআৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ ৰাজনৈতিক সম্পাদক তথা পাৰিষদ মাধৱ ছেত্ৰী,সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক টাইছন হুছেইন,সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বলোৰাম বৰ্মন,জাফাৰ সভাপতি অভিদীপ চৌধাৰী,চাওঁতালী ভাষা শিক্ষক সন্থাৰ সভাপতি সাহাজাহান হাসদা,সদৌ চাওঁতাল ছাত্ৰ সন্থা গোসাইগাওঁ জিলা সমিতিৰ সভাপতি ৰমেশ মুৰ্ম্মূ,কোকৰাঝাৰ,চিৰাং,বাকসা,বিজনী আৰু ওদালগুৰী জিলা সমিতিৰ সভাপতি/সম্পাদক,জশেপ এছ সৰেন লগতে মহাবিদ্যালয়,বিশ্ব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সমাজৰ বুদ্ধীজিৱী আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

https://youtu.be/5Hxa8v402yg
26/03/2023

https://youtu.be/5Hxa8v402yg

ASSU- The Santals' Udgaona// New Santali ASSU Song // Stephen TuduOfficial Video Coming Soon!*****************************************************All Rights ...

 #২৬ মাৰ্চ ২০২৩ অহা কাইলৈ হব লগীয়া সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ।জ...
25/03/2023

#২৬ মাৰ্চ ২০২৩ অহা কাইলৈ হব লগীয়া সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ।

জয় SANTAL
জয় ASSU

Welcome to 18th Foundation day of ASSU Venue ;- Bongaigaon ,District Library,Bongaigaon Date:- 26th March/2023Open Sessi...
22/03/2023

Welcome to 18th Foundation day of ASSU
Venue ;- Bongaigaon ,District Library,Bongaigaon
Date:- 26th March/2023
Open Session start on 12:30PM
Chief Guest : Sjt. Laishram Ladusing, Vice Chancellor, Bodoland University, Kokrajhar, Assam.

 #সদৌ চাওঁতাল ছাত্ৰ সন্থা(এছু)ৰ ১৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস খন চলিত মাহৰ ২৬ মাৰ্চ ২০২৩ তাৰিখে দেওবাৰ দিনা দিনযোৰা...
20/03/2023

#সদৌ চাওঁতাল ছাত্ৰ সন্থা(এছু)ৰ ১৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস খন চলিত মাহৰ ২৬ মাৰ্চ ২০২৩ তাৰিখে দেওবাৰ দিনা দিনযোৰা কাৰ্যসুচীৰে বঙাইগাওঁ জিলাৰ জিলা পুথিভঁৰালত পালন কৰা হব। অসমৰ প্ৰতিটো জিলাৰ পৰা এছুৰ কৰ্মীৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব। প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাৰ্চায্য মাননীয় লাইচৰাম লাদুসিং আৰু বহু বৰোণ্য বক্তিসকল। সেয়েহে উক্ত দিনা ছাত্ৰ-ছাত্ৰীৰ লগতে চাওঁতালী বৌদ্ধিক মহল আৰু এছুৰ অনুগামী সকলক সদল বলে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হল।

ASSU GDC
ASSU GAC
ASSU-THE SANTAL

ALL SANTAL STUDENTS UNION (ASSU)
15/03/2023

ALL SANTAL STUDENTS UNION (ASSU)

12/03/2023
https://youtu.be/IA7WH1fMvPo
09/03/2023

https://youtu.be/IA7WH1fMvPo

NIPUN भारत क्या है ? NEP(National Education Policy) के तहत NIPUN ka Full form National Initiative for Reading with Understanding and Numeracy. मूलभूत साक्षरत...

Address

Habrubil Near B Ed College Gossaigaon
Gossaigaon
783360

Website

Alerts

Be the first to know and let us send you an email when ASSU-Gossaigaon Dist Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category