Suklai Serfang Block BPF

Suklai Serfang Block BPF political

আজি ৩০ মে’ ২০২৬ তাৰিখে, ২নং ডোঙাৰ গাঁৱত ঈদ উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰে বিটিচিৰ জলসিঞ্চন আৰ...
30/05/2026

আজি ৩০ মে’ ২০২৬ তাৰিখে, ২নং ডোঙাৰ গাঁৱত ঈদ উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰে বিটিচিৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়াই। ঈদ উপলক্ষে উপস্থিত ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ আহ্বান জনায়।

আজি ইং ২৯/০৫/২০২৬ ইং তাৰিখে নাওকাটা VCDC-ৰ অন্তৰ্গত মাগুৰমাৰীত নৱনিৰ্মিত শ্মশান শালীৰ শুভ উদ্বোধন কৰে বিটিচিৰ-ৰ জলসিঞ্চন...
29/05/2026

আজি ইং ২৯/০৫/২০২৬ ইং তাৰিখে নাওকাটা VCDC-ৰ অন্তৰ্গত মাগুৰমাৰীত নৱনিৰ্মিত শ্মশান শালীৰ শুভ উদ্বোধন কৰে বিটিচিৰ-ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়াই সহিতে উপস্থিত থাকে দলীয় নেতৃবৃন্দ।

আজি ইং ২৭/০৫/২০২৬ তাৰিখে পিপলানীত নৱনিৰ্মিত জলসিঞ্চন প্ৰকল্প কাম-কাজৰ পৰিদৰ্শন কৰে বি টি চি ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভ...
27/05/2026

আজি ইং ২৭/০৫/২০২৬ তাৰিখে পিপলানীত নৱনিৰ্মিত জলসিঞ্চন প্ৰকল্প কাম-কাজৰ পৰিদৰ্শন কৰে বি টি চি ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়াই। পৰিদৰ্শনৰ সময়ত তেওঁ কামৰ অগ্ৰগতিৰ বুজ লয় আৰু নিৰ্মাণকাৰ্য গুণগত মান বজাই ৰাখি সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবলীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

27/05/2026
আজি ইং ২৭/০৫/২০২৬ তাৰিখে পিপলানি নাগ্ৰীজুলিত Hans Mobile Medical Unit ৰ উদ্যোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু স...
27/05/2026

আজি ইং ২৭/০৫/২০২৬ তাৰিখে পিপলানি নাগ্ৰীজুলিত Hans Mobile Medical Unit ৰ উদ্যোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু সজাগতা অনুষ্ঠানত উপস্থিত থাকে বি টি চি ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়াই। অনুষ্ঠানত তেওঁ স্বাস্থ্য সজাগতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত উন্নত স্বাস্থ্যসেৱা পৌঁছাই দিয়াৰ ক্ষেত্ৰত এনে পদক্ষেপৰ বিশেষ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে। লগতে উপস্থিত চিকিৎসক, কৰ্মী আৰু আয়োজকসকলৰ প্ৰচেষ্টাকো তেওঁ শলাগ লয়।

আজি ইং ২৭/০৫/২০২৬ তাৰিখে নাগ্ৰীজুলিত Hans Mobile Medical Unit ৰ উদ্যোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু সজাগতা অন...
27/05/2026

আজি ইং ২৭/০৫/২০২৬ তাৰিখে নাগ্ৰীজুলিত Hans Mobile Medical Unit ৰ উদ্যোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু সজাগতা অনুষ্ঠানত উপস্থিত থাকে বি টি চি ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়াই। অনুষ্ঠানত তেওঁ স্বাস্থ্য সজাগতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত উন্নত স্বাস্থ্যসেৱা পৌঁছাই দিয়াৰ ক্ষেত্ৰত এনে পদক্ষেপৰ বিশেষ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে। লগতে উপস্থিত চিকিৎসক, কৰ্মী আৰু আয়োজকসকলৰ প্ৰচেষ্টাকো তেওঁ শলাগ লয়।

আজি ইং ২৭/০৫/২০২৬ তাৰিখে ঔবাৰীত নৱনিৰ্মিত ষ্টেডিয়ামৰ কাম-কাজৰ পৰিদৰ্শন কৰে বি টি চি ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ...
27/05/2026

আজি ইং ২৭/০৫/২০২৬ তাৰিখে ঔবাৰীত নৱনিৰ্মিত ষ্টেডিয়ামৰ কাম-কাজৰ পৰিদৰ্শন কৰে বি টি চি ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়াই। পৰিদৰ্শনৰ সময়ত তেওঁ কামৰ অগ্ৰগতিৰ বুজ লয় আৰু নিৰ্মাণকাৰ্য গুণগত মান বজাই ৰাখি সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবলীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আজি ইং ২৬-০৫-২০২৬, মঙ্গলবাৰে শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ(তামুলপুৰ )ত তামুলপুৰ জিলাৰ অন্তৰ্গত উচ্চ আৰু উচ্চতৰ মাধ্যমিক প...
26/05/2026

আজি ইং ২৬-০৫-২০২৬, মঙ্গলবাৰে শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ(তামুলপুৰ )ত তামুলপুৰ জিলাৰ অন্তৰ্গত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বি টি চি’ৰ জলসিঞ্চন আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়া।
উক্ত অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে বি টি চি’ৰ কাৰ্যবাহী সদস্য শ্ৰী যুত মহেশ্বৰ বসুমতাৰী,শ্ৰীযুত লক্ষী দাস ডাঙৰীয়া লগতে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল। অনুষ্ঠানটোত সফল ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰা হয়।

22/05/2026
*কথা মতেই কাম*যোৱা বিটিচি নিৰ্বাচনৰ আগে আগে বিপিএফ দলৰ সভাপতি তথা বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ হাগ্ৰা...
17/05/2026

*কথা মতেই কাম*
যোৱা বিটিচি নিৰ্বাচনৰ আগে আগে বিপিএফ দলৰ সভাপতি তথা বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাইজক প্ৰতিশ্ৰুতি দিছিলে বিটিচিত চৰকাৰ গঠন কৰিব পাৰিলে বিশেষভাৱে সক্ষম লোকসকলক ১০০০০ টকাৰ সহায়ৰ হাত আগবঢ়াম বুলি।
কথা মতেই আজি শুক্লাই ছেৰফাং ব্লক সমিতি বিপিএফে শুক্লাই ছেৰফাং সমষ্টিৰ বিশেষভাৱে সক্ষম লোকসকলৰ ঘৰে ঘৰে গৈ ১০০০০ টকাৰ চেক প্ৰদান কৰে।

Address

Goreswar
781364

Website

Alerts

Be the first to know and let us send you an email when Suklai Serfang Block BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category