নৱৰূপ যুৱক সমাজ ও পুথিভঁৰাল

  • Home
  • India
  • Golaghat
  • নৱৰূপ যুৱক সমাজ ও পুথিভঁৰাল

নৱৰূপ যুৱক সমাজ ও পুথিভঁৰাল Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নৱৰূপ যুৱক সমাজ ও পুথিভঁৰাল, Public Service, Kachugaon, Golaghat.

অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম ।
১৯৮৬ চনত স্থাপিত অসমৰ গোলাঘাট নগৰৰ কচুগাওঁ অঞ্চলৰ ৰাইজৰ মাজত সম্প্ৰীতিৰ এনাজৰী আৰু অঞ্চলটো সকলো দিশৰ পৰা আগবঢ়াই নিয়াত প্ৰত্যক্ষভাবে অৱদান আগবঢ়াই যোৱা এটা অনুষ্ঠান।

ধুমুহাৰ সতে মোৰ ।বহু যুগৰে নাচুন।।আন্ধাৰো  সঁচা মোৰ।বহু যুগৰে আপোন ।।জয় জুবিন দা 😥😥
21/09/2025

ধুমুহাৰ সতে মোৰ ।
বহু যুগৰে নাচুন।।

আন্ধাৰো সঁচা মোৰ।
বহু যুগৰে আপোন ।।

জয় জুবিন দা 😥😥

21/09/2025

অসমৰ এক অপূৰণীয় ক্ষতি, এক মানিব নোৱাৰা সত্য। আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি হিচাপে নবৰূপ যুৱক সমাজ আৰু পুথিভঁৰাল প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। জয় জুবিন দা😥 তোমাৰ গান আমাৰ মাজত সদায় জীয়াই থাকিব

15/08/2025

৭৯ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি নৱৰুপ যুৱক সমাজৰ সজ্যন্যত গাওঁৰে কন- কন লৰা ছোৱালী হতক ভোজ-ভাত খুওৱা হই। ভাৰত মাতা কি জয় 🇮🇳 জয় আই অসম✊

নবৰূপ যুৱক সমাজৰ প্ৰাংগনত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কিছু মূহুৰ্ত 🇮🇳Abhijit Saikia অভিমন্যু শইকীয়া Dudukan Hazari...
15/08/2025

নবৰূপ যুৱক সমাজৰ প্ৰাংগনত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কিছু মূহুৰ্ত 🇮🇳
Abhijit Saikia অভিমন্যু শইকীয়া Dudukan Hazarika পাহি- কুঁহি Dipok Bora Minakhee Saikia

নবৰূপ যুৱক সমাজৰ তৰফৰ পৰা সকলোলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জাসিলো । জয় হিন্দ 🇮🇳
15/08/2025

নবৰূপ যুৱক সমাজৰ তৰফৰ পৰা সকলোলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জাসিলো । জয় হিন্দ 🇮🇳

21/06/2025

কণ কণ মইনা-মইনী সকলে ৰভাদেৱৰ সৃষ্টিক সজীৱ কৰাৰ এক প্ৰয়াস

20/06/2025

কণ কণ মইনা-মইনী সকলে ৰভাদেৱৰ সৃষ্টিক সজীৱ কৰাৰ এক প্ৰয়াস

আজি ৰভাদিবস উপলক্ষে নবৰূপ যুৱক সমাজ ও পুথিভঁৰাল আয়োজন কৰা অনুষ্ঠানৰ কিছু অংশ।
20/06/2025

আজি ৰভাদিবস উপলক্ষে নবৰূপ যুৱক সমাজ ও পুথিভঁৰাল আয়োজন কৰা অনুষ্ঠানৰ কিছু অংশ।

Address

Kachugaon
Golaghat
785621

Website

Alerts

Be the first to know and let us send you an email when নৱৰূপ যুৱক সমাজ ও পুথিভঁৰাল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category