সদৌ গোলাঘাট জিলা ছাত্র সন্থা ।।

  • Home
  • India
  • Golaghat
  • সদৌ গোলাঘাট জিলা ছাত্র সন্থা ।।

সদৌ গোলাঘাট জিলা ছাত্র সন্থা ।। Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সদৌ গোলাঘাট জিলা ছাত্র সন্থা ।।, Social service, গোলাঘাট, Golaghat.

গোলাঘাট জিলাত প্রদান কৰা ৬৪ খনকৈ সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা,ড্ৰাগছৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবীত আজি সদৌ অসম ছাত্...
14/05/2026

গোলাঘাট জিলাত প্রদান কৰা ৬৪ খনকৈ সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা,ড্ৰাগছৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিবৰ্তন গোস্বামী দেৱৰ উপস্থিতিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।।
Abhiborton Goswami
Mintu Gogoi
Chiranjeeb Borah

30/04/2026

প্ৰত‍্যাশা ২.০
Residential Coaching Classes For UPSC CSE



09/03/2026

Utpal Sarma
All Assam Students' Union - AASU

আজি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ‍্যোগত নিৰ্মিত  ছহিদ ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভা...
08/03/2026

আজি পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ‍্যোগত নিৰ্মিত ছহিদ ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই ।অনুষ্ঠানটিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামীদেৱ, ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ ভৰাঁলীদেৱ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য প্ৰিন্স দলেদেৱ আৰু হেমেন কলিতা লগতে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকদ্বয় উপস্থিত থাকে।

08/03/2026
All Assam Students' Union - AASU
06/03/2026

All Assam Students' Union - AASU

নুমলীগড় শোধনাগাৰৰ মূখ্য দ্বাৰৰ সন্মুখত নিৰ্মাণ হব লগা শ্বহীদ উদ্যানখনিৰ নিৰ্মাণ সন্দৰ্ভত বিশিষ্ট ভাষ্কৰ্য শিল্পী বিৰেণ স...
19/02/2026

নুমলীগড় শোধনাগাৰৰ মূখ্য দ্বাৰৰ সন্মুখত নিৰ্মাণ হব লগা শ্বহীদ উদ্যানখনিৰ নিৰ্মাণ সন্দৰ্ভত বিশিষ্ট ভাষ্কৰ্য শিল্পী বিৰেণ সিংহ দেৱৰ গুৱাহাটীস্থিত বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপ-সভাপতি অভিবৰ্তন গোস্বামী ডাঙৰীয়া আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সতীৰ্থসকল।

শুভেচ্ছা
19/02/2026

শুভেচ্ছা

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক ,গোলাঘাটৰ সংবাদ জগতৰ মহীৰূহস্বৰূপ অপূৰ্ব কুমাৰ বৰুৱাদেৱৰ...
19/02/2026

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক ,গোলাঘাটৰ সংবাদ জগতৰ মহীৰূহস্বৰূপ অপূৰ্ব কুমাৰ বৰুৱাদেৱৰ বিয়োগত অতিশয় মৰ্মাহত হৈছো আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছো।

Address

গোলাঘাট
Golaghat

Website

Alerts

Be the first to know and let us send you an email when সদৌ গোলাঘাট জিলা ছাত্র সন্থা ।। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category