Haldhibari Lachit Gaon Panchayat

Haldhibari Lachit Gaon Panchayat Haldhibari Lachit Gaon Panchayat Is Under Golaghat South Development Block, Sarupathar Constituency Government Of Assam.

05/08/2025
আজি আমাৰ হালধিবাৰী গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি উপ-সভাপতি আৰু ৱাৰ্ড সদস্য সদস্যা সকলক পঞ্চায়তৰাজৰ  দায়িত...
05/08/2025

আজি আমাৰ হালধিবাৰী গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি উপ-সভাপতি আৰু ৱাৰ্ড সদস্য সদস্যা সকলক পঞ্চায়তৰাজৰ দায়িত্ব ভাৰ প্ৰদান কৰা হয়।
*সভাপতি - Sobha Xalxo
*উপ-সভাপতি- Rohima Basumatary
অনাগত দিনবোৰত পঞ্চায়তৰ তথা ৰাইজৰ সেৱা নিষ্ঠাৰে পালন কৰিব বুলি আশা কৰা হ'ল আৰু হালধিবাৰী গাওঁ পঞ্চায়ত ফালৰপৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন থাকিল।

হালধিবাৰী গাৱৰ বিদ্যুতিক ট্ৰান্ছফৰমাৰ খন বেয়া হোৱাৰ বাবে ডিমৰুজান আৰু হালধিবাৰী গাঁৱৰ ৰাইজে অন্ধকাৰত থাকিব লগা হৈছিল। উ...
09/07/2025

হালধিবাৰী গাৱৰ বিদ্যুতিক ট্ৰান্ছফৰমাৰ খন বেয়া হোৱাৰ বাবে ডিমৰুজান আৰু হালধিবাৰী গাঁৱৰ ৰাইজে অন্ধকাৰত থাকিব লগা হৈছিল। উক্ত সমস্যা সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াক অবগত কৰাত তেওঁ তৎক্ষণাৎ ভাবে এখন নতুন বিদ্যুত ট্ৰান্ছফৰমাৰ দিয়াৰ ব্যৱস্থা কৰি দিয়ে।

হালধিবাৰী গাওঁ পঞ্চায়ত ফালৰ পৰা এইবাৰ নৱ নিৰ্বাচিত হোৱা সকলো ৱাৰ্ড সদস্য সদস্যা সকলক আন্তৰিক শুভেচ্ছা থাকিল।আশা কৰোঁ অন...
09/07/2025

হালধিবাৰী গাওঁ পঞ্চায়ত ফালৰ পৰা এইবাৰ নৱ নিৰ্বাচিত হোৱা সকলো ৱাৰ্ড সদস্য সদস্যা সকলক আন্তৰিক শুভেচ্ছা থাকিল।
আশা কৰোঁ অনাগত দিনবোৰত পঞ্চায়তৰ সকলো ৱাৰ্ড সদস্য সদস্যা তথা সভাপতি উপ-সভাপতিয়ে ৰাইজৰ হকে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে ।

Under 19 Boys দৌৰ প্ৰতিযোগিতাৰ কিছু দৃশ্য l
22/11/2024

Under 19 Boys দৌৰ প্ৰতিযোগিতাৰ কিছু দৃশ্য l

অসম চৰকাৰৰ নেতৃত্বত আয়োজন কৰা খেল মহাৰণ 2.0 ত U-19 ছোৱালী  লংজাম্প প্ৰতিযোগিতাৰ কিছু দৃশ্য।
22/11/2024

অসম চৰকাৰৰ নেতৃত্বত আয়োজন কৰা খেল মহাৰণ 2.0 ত U-19 ছোৱালী লংজাম্প প্ৰতিযোগিতাৰ কিছু দৃশ্য।

অসম চৰকাৰৰ নেতৃত্বত আয়োজন কৰা খেল মহাৰণ 2.0 ত চাইক্লিং প্ৰতিযোগিতাৰ সৈতে খেল শুভাৰম্ভ কৰা হয়।  Sarupathar Constituency...
22/11/2024

অসম চৰকাৰৰ নেতৃত্বত আয়োজন কৰা খেল মহাৰণ 2.0 ত চাইক্লিং প্ৰতিযোগিতাৰ সৈতে খেল শুভাৰম্ভ কৰা হয়।
Sarupathar Constituency
CMO Assam

25/10/2024

Address

Ghulapani, Uriamghat
Golaghat
785601

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Haldhibari Lachit Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share