Gohpur Municipal Board

Gohpur Municipal Board This page is about the Municipal Board of Gohpur. We try to keep you updated about the public servic

আজি স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত গহপুৰ পৌৰ সভাৰ বিদ্যুৎ কৰ্মী (সহায়ক) শ্ৰী যাদৱ ভূঞা আৰু স্বচ্ছতা কৰ্মী শ্ৰী পলাশ বৰুৱাই...
15/08/2026

আজি স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত গহপুৰ পৌৰ সভাৰ বিদ্যুৎ কৰ্মী (সহায়ক) শ্ৰী যাদৱ ভূঞা আৰু স্বচ্ছতা কৰ্মী শ্ৰী পলাশ বৰুৱাই তেওঁলোকৰ কৰ্মক্ষেত্ৰত সমৰ্পিত মনেৰে আৰু নিষ্ঠাৰে কৰ্তব্য পালন কৰা বাবে গহপুৰ সম জিলাৰ আয়ুক্ত মহোদয়ৰ (ভাৰপ্ৰাপ্ত) পৰা সম্বৰ্ধনা পত্ৰ লাভ কৰে ।
Gohpur Co-District Administration
Chairman, Gohpur Municipal Board

20/07/2026

A collective pledge was taken to conserve every drop of water and promote sustainable water management.

AMRUT Assam
Chairman, Gohpur Municipal Board

Banners have been placed at various locations under Gohpur Municipal Board to spread awareness on " Catch the Rain and C...
20/07/2026

Banners have been placed at various locations under Gohpur Municipal Board to spread awareness on " Catch the Rain and Conserve Every Drop of Water". A collective pledge was taken to conserve every drop of water and promote sustainable water management.
Every drop counts. Let's do our part! # CatchThe Rain
AMRUT Assam
Chairman, Gohpur Municipal Board

 AMRUT AssamChairman, Gohpur Municipal Board
14/07/2026


AMRUT Assam
Chairman, Gohpur Municipal Board

আজি গহপুৰ পৌৰ সভাৰ উদ্যোগত ড°শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ  ''বলিদান দিৱস'' পালনৰ কিছু দৃশ্যাংশ
23/06/2026

আজি গহপুৰ পৌৰ সভাৰ উদ্যোগত ড°শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ ''বলিদান দিৱস'' পালনৰ কিছু দৃশ্যাংশ

03/06/2026

📢 গহপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে সুবৰ্ণ সুযোগ! 📢
গহপুৰ পৌৰসভাৰ এলেকাধীন পথৰ কাষৰ সকলো ব্যৱসায়ী, আৰু পদপথৰ দোকান চলোৱা ভাই-ভনীসকলৰ বাবে এক ভাল খবৰ! আপোনাক অধিক স্বাৱলম্বী কৰি তুলিবলৈ ভাৰত চৰকাৰৰ অধীনত আৰু গহপুৰ পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত হ’বলৈ গৈ আছে "লোক কল্যাণ মেলা"।

🗓️ মেলাৰ সবিশেষ:
তাৰিখ: ৫ জুনৰ পৰা ১০ জুন

স্থান: গহপুৰ পৌৰসভা কাৰ্যালয় প্ৰাংগণ

💰 কোনো বন্ধক নোহোৱাকৈ 'পি.এম. স্বনিধি' (PM SVANidhi) ঋণ:
১ম পৰ্যায়: ₹১৫,০০০ পৰ্যন্ত ঋণ

২য় পৰ্যায়: ₹২৫,০০০ পৰ্যন্ত ঋণ

৩য় পৰ্যায়: ₹৫০,০০০ পৰ্যন্ত ঋণ

বিশেষ সুবিধা: সময়মতে ঋণ পৰিশোধ কৰিলে ৭% সূদৰ ৰেহাই (Interest Subsidy) পোনপটীয়াভাৱে আপোনালোকৰ বেংকৰ একাউণ্টত জমা হ'ব। লগতে ডিজিটেল লেনদেনত পাব বিশেষ কেচবেক সুবিধা !

📄 প্ৰয়োজনীয় নথিপত্ৰসমূহ (Required Documents):
১/ পেন কাৰ্ড (PAN Card)

২/ আধাৰ কাৰ্ড (Aadhaar Card)

৩/ ভোটাৰ আইডি (Voter ID)

৪/ যিকোনো বেংক একাউণ্টৰ QR ক’ড (Bank Account's QR Code)

পলম নকৰিব! ৫ ৰ পৰা ১০ জুনৰ ভিতৰত আপোনাৰ এই আটাইকেইটা নথিপত্ৰ লৈ আজিয়েই যোগাযোগ কৰক গহপুৰ পৌৰসভা কাৰ্যালয়ত।
Nulm Gohpur MB
Chairman, Gohpur Municipal Board

12/01/2026

গহপুৰ পৌৰ সভাৰ "বস্ত্ৰ বেংক"ৰ বস্ত্ৰ প্ৰায় শেষ হৈছে, কোনো ব্যক্তিয়ে দান কৰিব বিচাৰিলে গহপুৰ পৌৰ সভাৰ কাৰ্য্যালয়ত, কাৰ্য্যালয় খোলা সময়ত দান কৰিব পাৰিব।

ধন্যবাদ।

আজি ইং ২৯ ডিচেম্বৰ ২০২৫ তাৰিখে গহপুৰ পৌৰ সভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডত স্বচ্ছ ভাৰত অভিযান ৰ অধীনত Material Recovery Facility...
29/12/2025

আজি ইং ২৯ ডিচেম্বৰ ২০২৫ তাৰিখে গহপুৰ পৌৰ সভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডত স্বচ্ছ ভাৰত অভিযান ৰ অধীনত Material Recovery Facility (বৰ্জ্য সামগ্ৰী পুনৰুদ্ধাৰ কেন্দ্ৰ) টিৰ শিলান্যাস অনুষ্ঠানটি সম্পন্ন কৰা হয়। গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী উৎপল বৰা ডাঙৰীয়াই উক্ত শিলান্যাস অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ।
অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী, গহপুৰ পৌৰ সভাৰ সভাপতি, কাৰ্যবাহী বিষয়া, ৱাৰ্ড কমিছনাৰ সকল, গহপুৰ পৌৰ সভাৰ বিষয়ববীয়া, কৰ্মচাৰী ও পৌৰ এলেকাৰ ৰাইজ উপস্হিত থাকে।

এই কেন্দ্ৰ টিত বর্জ্য সামগ্ৰীৰ পৰা পুনঃব্যৱহাৰযোগ্য সামগ্ৰী সমূহ বাছনি ও, পুনৰুদ্ধাৰ কৰি পুনঃব্যৱহাৰকাৰী প্ৰতিষ্ঠান আদিলৈ প্ৰেৰণ কৰা হব। ইয়াৰ জৰিয়তে জাৱৰ পেলোৱা স্থানতো বৰ্জ্য পদাৰ্থৰ পৰিমাণ হ্ৰাস হব লগতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক প্ৰভাৱ পৰিব।
Biswanath Administration
Chairman, Gohpur Municipal Board

29/11/2025

পথ সুৰক্ষা সম্পৰ্কে গহপুৰ পৌৰ সভাৰ সভাপতি শ্ৰী অতুল বৰাৰ ৰাইজলৈ আহ্বান

Biswanath Administration
Gohpur Co-District Administration
Chairman, Gohpur Municipal Board

Celebration of the 150th anniversary of "Vande Mataram" at the Office of Gohpur Municipal Board.7.11.2025
07/11/2025

Celebration of the 150th anniversary of "Vande Mataram" at the Office of Gohpur Municipal Board.
7.11.2025

Address

Police Station Road
Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when Gohpur Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Gohpur Municipal Board:

Shortcuts

Share