19/10/2025
অসম চাহ জনজাতি ছাএ সন্থা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত জগদীশ বৰাইক ডাঙৰীয়া আৰু নৱনিৰ্বাচিত সম্পাদক শ্ৰীযুত সুনিল তিৰ্কি ডাঙৰীয়াক ডফলাগড় চাহ বাগিছা প্ৰাথমিক গোট তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।
আটছা জিন্দাবাদ 🙏