Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • Home
  • India
  • Gohpur
  • Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় An Assamese medium Co-Educational Day School run by Govt. of Assam. It has classes from I - XII

06/05/2026

বিদ্যালয়ত 'বিষয় শিক্ষক' নাথাকিলেও স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন অভিজ্ঞ শিক্ষক পৰ্যাপ্ত আছে যি সকলৰ আন্তৰিকতা পূৰ্ণ সহযোগিতাৰে আমি উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী সমূহ নিয়াৰিকৈ চলাই যাবলৈ সক্ষম হৈছো !

গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ৰ বাবে সুখবৰ ! উচ্চতৰ মাধ্যমিক (কলা শাখাৰ) চূড়ান্ত পৰীক্ষাত বিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্...
28/04/2026

গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ৰ বাবে সুখবৰ ! উচ্চতৰ মাধ্যমিক (কলা শাখাৰ) চূড়ান্ত পৰীক্ষাত বিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। মুঠ ৩৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ ৩৯ গৰাকীয়েই সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত আমি গৌৰৱ অনুভৱ কৰিছো। ইয়াৰে ৬ গৰাকীয়ে ১ম বিভাগ, ২৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫ গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। ১ম বিভাগত উত্তীৰ্ণ হোৱা ২ গৰাকী ছাত্ৰী অলকা বৰা (৮০.৮%) আৰু ভাবনা দেৱী (৭৭.২৪) যে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি আটাইকে অভিনন্দন আৰু শুভেচ্ছা জনালো। জয়তু গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় !!

28/04/2026
17/04/2026

Admission into HS 1st Year (Arts) is going on for the session 2026-27 at Gameri HS School. Limited seats . Visit Darpan portal or School Admission Branch during school hours.

17/04/2026

গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উ.মা. ১ম বাৰ্ষিক (কলা শাখা)ৰ বাবে নামভৰ্তি চলি আছে। আসন সীমিত।
Visit Darpan Portal or School Admission Branch during school hours.

17/04/2026

গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2026-27 শিক্ষা বৰ্ষ (কলা শাখা) ৰ বাবে HS 1st year ৰ নামভৰ্তি চলি আছে।
Visit Darpan Portal or School Admission Branch during school hours!

13/04/2026

ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষায়ত্ৰী সকলো মিলি বিহু বুলি বিদ্যালয়ত অলপ আনন্দ ফুৰ্তি !!

এইবৰ্ষৰ (২০২৫-২৬) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল :মুঠ পৰীক্ষাৰ্থী : ১৩৭ জন।মুঠ উত্তীৰ্ণ :  ৯৯ জন।উত্তীৰ্ণৰ হাৰ: ৭২.২৬...
10/04/2026

এইবৰ্ষৰ (২০২৫-২৬) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল :
মুঠ পৰীক্ষাৰ্থী : ১৩৭ জন।
মুঠ উত্তীৰ্ণ : ৯৯ জন।
উত্তীৰ্ণৰ হাৰ: ৭২.২৬%
১ম বিভাগ : ১৮ জন।
২য় বিভাগ : ৫৩ জন।
৩য় বিভাগ : ২৮ জন।
বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে : মুঠ ৩০ জনে।
সকলোকে বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো !

Free Textbooks Distribution .
04/04/2026

Free Textbooks Distribution .

Address

Gohpur
784172

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 1pm

Telephone

+917399101012

Website

Alerts

Be the first to know and let us send you an email when Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়:

Share

Category