Taburam Taid Memorial Museum and Library

Taburam Taid Memorial Museum and Library For the Research and Development of Language, Literature, Arts & Culture.

Readers and Visitors of TRT Memorial Museum & Library,Gogamukh on 4 & 5 June 2026, Thursday & Friday.Opening time9.00 am...
05/06/2026

Readers and Visitors of TRT Memorial Museum & Library,Gogamukh on 4 & 5 June 2026, Thursday & Friday.

Opening time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
জাগতিক সকলো বস্তু অপ্ৰতিৰোধ্য সময়ৰ দ্বাৰা নিয়ন্ত্ৰিত। সময়ৰ গতি অনাদি কালৰ পৰা অনন্ত কাললৈ প্ৰবাহিত আৰু জগতত সকলো জীৱ আৰু জড় বস্তু এই সময়ৰ দ্বাৰা নিয়ন্ত্ৰিত।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 03 June 2026, Wednesday... Opening Time 9.00 am ~ 4.0...
03/06/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 03 June 2026, Wednesday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
গুণ-জ্ঞানী অভিজ্ঞ লোকৰ দ্বাৰা কোনো ব্যৱস্থা পৰিচালিত আৰু নিয়ন্ত্ৰিত হ'লে ব্যক্তি তথা সমাজৰ সৰ্বাংগীন উন্নয়ন তথা কল্যাণ সাধন হোৱাৰ সম্ভাৱনা অধিক থাকে।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 01 June 2026, Monday Opening Time 9.00 am ~ 4.00 pmআজ...
01/06/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 01 June 2026, Monday

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
পুথিগত জ্ঞানৰ লগত ব্যৱহাৰিক জ্ঞানক সামঞ্জস্য প্ৰতিষ্ঠা কৰি বাস্তৱতাক যথাৰ্থতে উপলব্ধি কৰিবলৈ মানৱীয় সত্ত্বাৰ বোধগম্যতা, যৌক্তিকতা, নৈতিকতা আৰু আধ্যাত্মিকতাক প্ৰগাঢ় কৰাটো অপৰিহাৰ্য তথা বাঞ্ছনীয়।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 31 May 2026, Sunday... Opening Time 9.00 am ~ 4.00 pm...
31/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 31 May 2026, Sunday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
চিন্তনৰ শৃংখলাবদ্ধতাৰ বাবে চেতনাৰ বিশুদ্ধতা আৰু তীক্ষ্ণতাৰ আৱশ্যক। গভীৰ অধ্যয়ন আৰু সূক্ষ্ম পৰ্যবেক্ষণ দ্বাৰা হৃদয়ৰ নিভৃত কোণৰ চেতনাক অধিক বিচক্ষণ কৰিব পৰা যায় বুলি গুণী-জ্ঞানী অভিজ্ঞ লোকে মত পোষণ কৰে।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 30 May 2026, Saturday... Opening Time 9.00 am ~ 4.00 ...
31/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 30 May 2026, Saturday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
মহান উদ্দেশ্যত উপনীত হ'বলৈ হ'লে দাৰ্শনিক দৃষ্টি তথা আধ্যাত্মিক প্ৰজ্ঞাৰে বৌদ্ধিক তথা যৌক্তিক প্ৰস্তুতি অৱশ্যম্ভাৱী। ইতিবাচক চিন্তা আৰু উচ্চাকাংক্ষাই মানুহক মহৎ উদ্দেশ্যত সফলতাৰে উপনীত কৰায়।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 29 May 2026, Friday... Opening Time 9.00 am ~ 4.00 pm...
29/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 29 May 2026, Friday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
সূক্ষ্ম পৰ্যবেক্ষণৰ বাবে বুদ্ধিৰ তীক্ষ্ণতা আৰু বিচক্ষণাক উৎকৰ্ষ সাধন কৰিব লাগে। ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গুণী-জ্ঞানীৰ প্ৰবচন শ্ৰৱণ কৰি কৰ্ষণ তথা মনন কৰি অতি প্ৰাসংগিকতা তথা অনিবাৰ্যতাত নিদিধ্যাসন কৰিব লাগে বুলি অভিজ্ঞ ব্যক্তিয়ে মত পোষণ কৰে।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 27 May 2026, Wednesday... Opening Time 9.00 am ~ 4.00...
27/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 27 May 2026, Wednesday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
আদৰ্শৱান ব্যক্তিৰ সৃজনশীল প্ৰতিভা আৰু আকৰ্ষণীয় ব্যক্তিত্ব সত্ত্বাই জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে আলোকিত কৰে আৰু জীয়াই থকাৰ প্ৰেৰণা প্ৰদান কৰে।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 25 May 2026, Monday... Opening Time 9.00 am ~ 4.00 pm...
25/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 25 May 2026, Monday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
ইতিবাচক আৰু প্ৰগতিশীল দৃষ্টিভংগীৰে জীৱনত অগ্ৰসৰ হ'লে জীৱনটো অৰ্থপূৰ্ণ তথা গতিশীল হোৱাৰ সম্ভাৱনা প্ৰবল।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 24 May 2026, Sunday... Opening Time 9.00 am ~ 4.00 pm...
24/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 24 May 2026, Sunday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
বিভিন্ন ভাষাৰ জ্ঞান অৰ্থাৎ ক'ব, পঢ়িব আৰু লিখিব জনাটোহে মনৰ ভাব প্ৰকাশ কৰিবলৈ তথা আন ভাষা-ভাষীৰ লোকৰ লগত মত বিনিময় কৰাত যথেষ্ট সহায়ক হয়।

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 23 May 2026, Saturday... Opening Time 9.00 am ~ 4.00 ...
24/05/2026

Readers and Visitors of TRT Memorial Museum & Library, Gogamukh on 23 May 2026, Saturday...

Opening Time
9.00 am ~ 4.00 pm

আজিৰ অনুভৱ
বৌদ্ধিক জিজ্ঞাসাই সংকীৰ্ণতা আৰু জাগতিক সীমাবদ্ধতাক অতিক্ৰম কৰি সত্যক যথাযথভাৱে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Address

Gogamukh

Opening Hours

Monday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm
Sunday 10am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Taburam Taid Memorial Museum and Library posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category