11/07/2026
গ্ৰীষ্মকালীন বন্ধ চলি থকা সময়ছোৱাত, যোৱা ২ জুলাইৰ পৰা ৯ জুলাইলৈ কিছু অভিভাৱকৰ অনুৰোধত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিতৰ বিশেষ শ্ৰেণীৰ আয়োজন কৰা হৈছিল। এই শ্ৰেণীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কিছু পৰিমাণে হলেও উপকৃত হৈছে বুলি আমি আশা কৰোঁ।
এই কাৰ্যসূচী সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলো অভিভাৱক,ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Ranoj Pegu
11/07/26