Aftabuddin Mollah Fan Club

Aftabuddin Mollah Fan Club Politics

শোষিত, বঞ্চিত আৰু অৱহেলিত ৰাইজৰ বাবে এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি সংকল্পবদ্ধ🙏🏻
05/04/2024

শোষিত, বঞ্চিত আৰু অৱহেলিত ৰাইজৰ বাবে এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি সংকল্পবদ্ধ🙏🏻

27/03/2024

যোৱাকালি অৰ্থাৎ (২৭/০৩/২০২৪ তাৰিখ) ধুবুৰী জিলা নায়েৰ আলগা ব্লক আৰু মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশাল কৰ্মীসভাত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাননীয় Rakibul Hussain ডাঙৰীয়াৰ কেইখনমান গুৰুত্বপূৰ্ণ মন্তব্য।
Rahul Gandhi zindabad
zindabad
Indian National Congress

27/03/2024

নায়েৰ আলগা ব্লক আৰু মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশাল জনসভাত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাননীয় Rakibul Hussain ডাঙৰীয়া, উপস্থিত থাকি ভাষণ প্রদান কৰি কয় যে এই নির্বাচনত আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ আঙুলিত আছে। গতিকে আপোনালোকেই নির্ধাৰণ কৰক আপোনালোকৰ ভৱিষ্যত।
Zindabad
Rahul Gandhi Zindabad
Indian National Congress
Assam Pradesh Youth Congress

অহা এক এপ্ৰিল সোমবাৰ দিনা আবেলি দুই বজাত জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক কাটাৰীহাৰা পিৰবাৰীত ধুবুৰী লোকসভা সমষ্টিৰ কংগ...
25/03/2024

অহা এক এপ্ৰিল সোমবাৰ দিনা আবেলি দুই বজাত জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক কাটাৰীহাৰা পিৰবাৰীত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী সৰ্ব হাৰাৰ মহান নেতা জোনাৱ Rakibul Hussain দাদাৰ উপস্থিতিত বিশাল কংগ্ৰেছ দলৰ নিৰ্বাচনী কৰ্মীসভা অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ উপস্থিতি একান্ত বাবে কামনা কৰিলো।
Aftab Uddin Mollah
Aftabuddin Mollah

আজি মানকাচাৰত দিনযোৰা কাৰ্যসূচীৰ অন্তত ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা আমাৰ সকলোৰে ...
13/03/2024

আজি মানকাচাৰত দিনযোৰা কাৰ্যসূচীৰ অন্তত ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা আমাৰ সকলোৰে প্ৰিয় নেতা সন্মানীয় ডাঙৰীয়া ৰ সৈতে আমাৰ বিধায়ক Aftabuddin Mollah মহোদয়ও হাট-শিঙিমাৰী জামে মছজিদ মাৰ্কাজত ৰাইজৰ সৈতে ইফতাৰী সম্পন্ন কৰে।

জলেশ্বৰ সমষ্টিৰ কৰ্মদক্ষ বিধায়ক তথা জনপ্ৰিয় নেতা জোনাৱ Aftab Uddin Mollah  ডাঙৰীয়াই বিধায়ক হোৱাৰে পৰাই বিধানসভাৰ বাহ...
03/03/2024

জলেশ্বৰ সমষ্টিৰ কৰ্মদক্ষ বিধায়ক তথা জনপ্ৰিয় নেতা জোনাৱ Aftab Uddin Mollah ডাঙৰীয়াই বিধায়ক হোৱাৰে পৰাই বিধানসভাৰ বাহিৰত ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ্মানেন্ট প্ৰোটেকশনৰ বিষয়টো সজোৰে উত্থাপন কৰাৰ বাবে চৰকাৰে ৩১১ কোটি টকা মোকলাই দিছে অহা সাত তাৰিখত কামৰ শুভাৰম্ভণি কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া।
স্বাধীনোত্তৰ কালৰ পৰা জলেশ্বৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰ গড়াখহনীয়াৰ স্থায়ী বান্ধৰ কাম কেৱল আফতাব উদ্দিন মোল্লাৰ দ্বাৰাই হে সম্ভৱ তাক প্ৰমাণ কৰি দেখুৱাই দিয়াৰ বাবে জলেশ্বৰ সমষ্টিৰ সাধাৰণ ৰাইজৰ হৈ বিধায়ক চাহাবক ধন্যবাদ দিয়াৰ লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

Aftabuddin Mollah Zindabad

01/01/2024

নতুন বছৰত আপোনাৰ প্ৰতিটো দিন ৰঙীন হওক।
আপোনাৰ জীৱনৰ প্ৰতিটো অধ্যায় ৰঙেৰে পৰিপূৰ্ণ হওক…
সফলতা আৰু ভাগ্যই আপোনাক সদায় আগুৰি ৰাখক…
Happy New Year 2024…

জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ছামছুল হ’ক চাহাবৰ ৯৯ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত ওলপ আগতে নিজ বাস ভৱনত মৃত্যু বৰণ কৰে। ...
26/12/2023

জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ছামছুল হ’ক চাহাবৰ ৯৯ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত ওলপ আগতে নিজ বাস ভৱনত মৃত্যু বৰণ কৰে। তেখেতৰ আত্মাৰ জান্নাতুল ফিৰদৌছ নছীৱ কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।

এই চৰকাৰৰ দিনত আৰু যে কি কি দেখিব লাগিব 🙃😒
06/12/2023

এই চৰকাৰৰ দিনত আৰু যে কি কি দেখিব লাগিব 🙃😒

আজি ইংৰাজী ১৫-১১-২০২৩ বুধবাৰ দিনা পুৱা সাত বজাত জলেশ্বৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা জোনাৱ Aftabudd...
15/11/2023

আজি ইংৰাজী ১৫-১১-২০২৩ বুধবাৰ দিনা পুৱা সাত বজাত জলেশ্বৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা জোনাৱ Aftabuddin Mollah চাহাবে তেওঁৰ গৃহ পঞ্চায়ত তাৰাংগাপুৰ বজাৰত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে।

আপোনালোকৰ দোৱা'ত আফতাব উদ্দিন মোল্লা চাহাব এইমাত্ৰ জামীন লাভ কৰিলে ।🙏
09/11/2023

আপোনালোকৰ দোৱা'ত আফতাব উদ্দিন মোল্লা চাহাব এইমাত্ৰ জামীন লাভ কৰিলে ।🙏

Rahul Gandhi  জীৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মৌন সত্যাগ্ৰহ কাৰ্যসূচ...
12/07/2023

Rahul Gandhi জীৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মৌন সত্যাগ্ৰহ কাৰ্যসূচীত জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক Aftab Uddin Mollah ডাঙৰীয়া উপস্থিত হয়।

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when Aftabuddin Mollah Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aftabuddin Mollah Fan Club:

Share