Pritam Barman

Pritam Barman যুৱ সমাজ সেৱক, সমাজৰ হৈ কাম কৰা অযুত হেঁপাহ

27/09/2023

সিংহপুৰুষ আপোচবিহীন সংগ্ৰামী জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমু দা ৰ স্মৃতিচাৰণ সভাত বীৰ লাচিত সেনা অসমে প্ৰয়াত ৰমু দাক শ্ৰদ্ধাজ্ঞলি জনাই ৰমু দা যেন গোটেই অসমবাসীৰ মাজত সদায় অমৰ হৈ থাকে তাৰ কাৰণে গীত মুকলি কৰি দিয়ে । সচাকৈঁ অসমৰ জাতীয়তাবাদৰ সূৰ্য্য অস্তমিত হ'ল।

22/09/2023
22/09/2023

২১/০৯/২০২৩
ডায়েট গোৱালপাৰা আৰু ডায়েট বৰপেটা ৰ মাজত হৈ যোৱা সাংস্কৃতিক বিনিময় অনুষ্ঠান ত উপস্থিত থাকো।তাত আমি ডায়েট গোৱালপাৰা দুধনৈ এ বিভিন্ন ধৰণৰ নৃত্য গীত প্ৰদৰ্শন কৰো আৰু ডায়েট গোৱালপাৰা দুধনৈ ৰ হৈ কিছু বক্তব্য ৰাখোঁ।।
# # #
# # #

Address

Lakhipur Road
Goalpara
783120

Website

Alerts

Be the first to know and let us send you an email when Pritam Barman posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category