Abdul Hai

Abdul Hai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abdul Hai, Social service, Moylapathar Bazar, Matia Road, Baladmari, Goalpara.

১৪ নং গোৱালপাৰা পূৱ সমষ্টিৰ পৰিবৰ্তন আৰু সেৱাৰ বাবে উৎসৰ্গিত এজন জনসেৱক।
General Secretary & Spokesperson, AIUDF | Advocate for Minority Rights, Education & Social Justice | Working for an Inclusive Assam | Goalpara, Assam 🇮🇳

Hello Abdur Rashid Sheikh ভাই,আবোল-তাবোল নবকিব। কৈ দিছো কিন্তু।।ৰোজ আলী এতিয়া মিয়া,যিহেতু তেওঁৰ দ্বাৰা বেয়া কাম সংঘটি...
02/06/2026

Hello Abdur Rashid Sheikh ভাই,
আবোল-তাবোল নবকিব। কৈ দিছো কিন্তু।।

ৰোজ আলী এতিয়া মিয়া,
যিহেতু তেওঁৰ দ্বাৰা বেয়া কাম সংঘটিত হৈছে।

এতেকে এইটো প্ৰমাণিত।

বিৰোধীৰ কাম শাসক পক্ষক বচাবলৈ ওকালতি কৰাটো নেকি?▪️​প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে উঠা অনিয়মৰ অভিযোগক কংগ্ৰে...
31/05/2026

বিৰোধীৰ কাম শাসক পক্ষক বচাবলৈ ওকালতি কৰাটো নেকি?
▪️​প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে উঠা অনিয়মৰ অভিযোগক কংগ্ৰেছৰ বিধায়িনী দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই "দুৰ্নীতি নহয়, কেৱল চাকৰি এক্সটেনশ্বনহে" বুলি সুৰক্ষা দিয়া কাৰ্যই ৰাইজক আচৰিত কৰিছে।
▪️​বিৰোধী দলপতিৰ দৰে গুৰুত্বপূৰ্ণ আসনত বহি এনেদৰে চৰকাৰী অনিয়মক জাস্টিফাই কৰিলে ব্যৱস্থাটোৰ ওপৰত জনসাধাৰণৰ আস্থা ক’ত থাকিব? এয়া জনতাৰ সৈতে এক প্ৰকাৰৰ প্ৰতাৰণা।

27/05/2026

✨ Eid Mubarak from UK Graphics ✨

🌙 Wishing you and your family a joyful, peaceful, and blessed Eid filled with happiness and prosperity.

🖨️ Your trusted destination for: ✔ Flex Printing
✔ Offset Printing
✔ Cash Memo Printing
✔ All Types of Printing Work

📍 Moylapathar Bazar, Baladmari, Goalpara – 783121
📞 9101849806 | 9854342131
📧 [email protected]

💫 “Quality Printing, Lasting Impression” 💫

#𝙂𝙤𝙖𝙡𝙥𝙖𝙧𝙖𝘽𝙪𝙨𝙞𝙣𝙚𝙨𝙨 #𝙊𝙛𝙛𝙨𝙚𝙩𝙋𝙧𝙞𝙣𝙩𝙞𝙣𝙜 #𝙁𝙡𝙚𝙭𝙋𝙧𝙞𝙣𝙩𝙞𝙣𝙜 #𝙐𝙆𝙂𝙧𝙖𝙥𝙝𝙞𝙘𝙨 #𝙋𝙧𝙞𝙣𝙩𝙎𝙤𝙡𝙪𝙩𝙞𝙤𝙣 #𝘽𝙖𝙡𝙖𝙙𝙢𝙖𝙧𝙞 #𝘼𝙨𝙨𝙖𝙢𝘽𝙪𝙨𝙞𝙣𝙚𝙨𝙨 #𝙈𝙤𝙮𝙡𝙖𝙥𝙖𝙩𝙝𝙖𝙧 #𝙎𝙢𝙖𝙡𝙡𝘽𝙪𝙨𝙞𝙣𝙚𝙨𝙨𝙄𝙣𝙙𝙞𝙖 #𝙋𝙧𝙞𝙣𝙩𝙎𝙝𝙤𝙥

27/05/2026

ব্যক্তিগত মতাদৰ্শ বা ইচ্ছাই নহয়, সংবিধানে প্ৰদান কৰা আইনী নীতি-নিৰ্দেশনাইহে এখন সুস্থ আৰু গণতান্ত্ৰিক সমাজক পৰিচালিত কৰিব পাৰে।

UCC আৰু অসমঃ সম অধিকাৰ নে লক্ষ্যভ্ৰষ্ট নীতি?​অসমত জনজাতীয় সমাজক বাদ দি UCC (Uniform Civil Code) প্ৰৱৰ্তনৰ প্ৰস্তাৱে মনত...
27/05/2026

UCC আৰু অসমঃ সম অধিকাৰ নে লক্ষ্যভ্ৰষ্ট নীতি?
​অসমত জনজাতীয় সমাজক বাদ দি UCC (Uniform Civil Code) প্ৰৱৰ্তনৰ প্ৰস্তাৱে মনত কিছূ প্ৰশ্নৰ জাগিছে।
​🔹 জনজাতীয় লোকক ৰেহাই কিয়?
যদি এই আইন সকলোৰে মংগলৰ বাবে, তেন্তে এটা বিশেষ অংশক ইয়াৰ পৰা আঁতৰাই ৰখাৰ অৰ্থ কি? ইয়াৰ দ্বাৰা ‘এক দেশ, এক আইন’ৰ প্ৰকৃত ধাৰণাটোৱেই জানো ম্লান পৰা নাই?
​🔹 লক্ষ্য কেৱল এটা বিশেষ সম্প্ৰদায় নেকি?
এই আইনৰ জৰিয়তে কেৱল মুছলমান সমাজৰ ‘পাৰ্চনেল ল’ক আঘাত কৰি ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰা হোৱা নাই নেকি?
​🔹 সাংবিধানিক অধিকাৰৰ কি হ’ব?
ভাৰতীয় সংবিধানে প্ৰতিটো ধৰ্মীয় গোটক নিজা ধৰ্ম আৰু সংস্কৃতি পালনৰ যি মৌলিক অধিকাৰ দিছে, UCC-এ সেই অধিকাৰ খৰ্ব নকৰিব নেকি?
​আইন সকলোৰে বাবে সমান হোৱা উচিত, কিন্তু সেই আইন যেন কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি বা কাৰোবাৰ সাংবিধানিক সুৰক্ষা কৱচ কাঢ়ি নিবলৈ ব্যৱহাৰ কৰা নহয়।

ত্যাগত শান্তি, সম্প্ৰীতিত শক্তি।️পবিত্ৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা জনালোঁ। ✅️​ ঈদ-উজ-জোহাৰ ত্যাগ আৰু উদাৰতাই আমাৰ মাজৰ পাৰস্পৰ...
27/05/2026

ত্যাগত শান্তি, সম্প্ৰীতিত শক্তি।
️পবিত্ৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা জনালোঁ।
✅️​ ঈদ-উজ-জোহাৰ ত্যাগ আৰু উদাৰতাই আমাৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু ভাতৃত্ববোধ অধিক শক্তিশালী কৰক।
✅️ ​ঈদ-উজ-জোহাৰ এই আনন্দৰ সময়ছোৱাত আহক আমি সকলোৱে এক সুশৃংখল পৰিৱেশ বৰ্তাই ৰাখোঁ।

ঈদ মোবাৰক








অতীতৰ গৌৰৱে আমাক অনুপ্ৰাণিত কৰে সঁচা, কিন্তু অসম বিধানসভাত বৰ্তমানৰ কঠিন প্ৰত্যাহ্বানবোৰৰ আলোচনা হোৱাটো অধিক প্ৰয়োজনীয় ...
27/05/2026

অতীতৰ গৌৰৱে আমাক অনুপ্ৰাণিত কৰে সঁচা, কিন্তু অসম বিধানসভাত বৰ্তমানৰ কঠিন প্ৰত্যাহ্বানবোৰৰ আলোচনা হোৱাটো অধিক প্ৰয়োজনীয় আছিল।
​যিসকলৰ অতীত কংগ্ৰেছ আছিল আৰু বৰ্তমান বিজেপি, তেওঁলোকৰ পৰা জনসাধাৰণে কেৱল পুৰণি দিনৰ ৰোমন্থন নহয়, বৰঞ্চ আজিৰ জ্বলন্ত সমস্যা— মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু ভ্ৰাতৃত্ববোধ ৰক্ষাৰ বাবে স্পষ্ট ভৱিষ্যত পৰিকল্পনাহে বিচাৰে।
​কেৱল দল সলালেই নহ’ব, ৰাইজৰ সমস্যা সমাধানৰ মানসিকতাও সলনি হোৱাটো প্ৰয়োজন। অতীতৰ স্মৃতিৰে বৰ্তমানৰ ভোক নপলায়!

পবিত্ৰ ঈদ-উজ-জোহাৰ ওলগ আৰু জিলাবাসীৰ প্ৰতি গোৱালপাৰা জিলা জমিয়ত উলামাৰ সজাগতামূলক আহ্বান।
26/05/2026

পবিত্ৰ ঈদ-উজ-জোহাৰ ওলগ আৰু জিলাবাসীৰ প্ৰতি গোৱালপাৰা জিলা জমিয়ত উলামাৰ সজাগতামূলক আহ্বান।

26/05/2026

কি সাৱলীল বক্তব্য!
হাতী মানুহৰ সংঘাতহে দেখা পালে।
▪️বানপানী, নদীৰ গৰাখহনীয়াৰ সৈতে ভূমিহীন জনতাৰ সংঘাত দেখা নাপালে।
▪️তিৰপালৰ তলৰ উচ্ছেদিতৰ বিভীষিকাময় জীৱন যাপন দেখা নাপালে।
▪️গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰা কিশোৰৰ মাতৃৰ শুন্য বুকু আৰু চকুলো দেখা নাপালে।
বঢ়িয়া .......

Address

Moylapathar Bazar, Matia Road, Baladmari
Goalpara
783121

Telephone

+919854342131

Website

Alerts

Be the first to know and let us send you an email when Abdul Hai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Abdul Hai:

Share

Category