05/06/2026
কলিতা জনগোষ্ঠীক নৱনিৰ্বাচিত চৰকাৰ খনে পুনৰ বণ্চিত কৰিলে । ৭০ লাখ কলিতা জনগোষ্ঠীৰ লোক থকা অসমত বিধান সভাত মাত্ৰ এজন কলিতা জনগোষ্ঠীৰ বিধায়কহে মন্ত্ৰীত্ব দিলে । আমি দাবী জনাইছো ২০ % শতাংশ জনসংখ্যা থকা জনগোষ্ঠীটোৰ পৰা কমেও দুজনক মন্ত্ৰীত্ব দিয়ক ।