BJP OBC Morcha South Kamrup district

BJP OBC Morcha South Kamrup district Sab Ka Sath Sab Ka Vikash
Sab Ka Vishwas

পশ্চিমবংগ বিধান সভা নিৰ্বাচনৰ কেম্পেইনিঙৰ বাবে BJP Assam Pradesh ৰ জ্যেষ্ঠ নেতাৰ বিশেষ দলত আমাৰ ভাৰতীয় জনতা পাৰ্টি, অন্...
16/04/2026

পশ্চিমবংগ বিধান সভা নিৰ্বাচনৰ কেম্পেইনিঙৰ বাবে BJP Assam Pradesh ৰ জ্যেষ্ঠ নেতাৰ বিশেষ দলত আমাৰ ভাৰতীয় জনতা পাৰ্টি, অন্যান্য পিছপৰা শ্ৰেণী (OBC) মৰ্চা, অসম প্ৰদেশৰ Bjp Obc Morcha Assam Pradesh ৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত সুভাষ দত্ত ডাঙৰীয়াক অন্তৰ্ভুক্ত কৰাৰ নিমিত্তে BJP OBC Morcha South Kamrup district সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।

পশ্চিমবংগত দীৰ্ঘদিন ধৰি অব্যাহত থকা একনায়কত্ববাদ আৰু স্বৈৰতান্ত্ৰিক শাসনৰ অৱসান ঘটোৱাৰ উদ্দেশ্যেৰে Bharatiya Janata Party (BJP)ক আদৰি ল’বলৈ এইবাৰ পশ্চিম বংগৰ জনতা জনাৰ্দনে মনস্থ কৰিছে । ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিয়ে উন্নয়ন আৰু সুশাসনৰ নতুন অধ্যায় সংযোজিত কৰিবলৈ ইতিমধ্যে দৃঢ় সংকল্প গ্ৰহণ কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত এইবাৰ অভিলেখসংখ্যক জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিব বুলি আমাৰ দৃঢ়বিশ্বাস।

Nitin Nabin
Himanta Biswa Sarma
Dilip Saikia
Subhash Dutta

আজি  #বকো_ছয়গাওঁ বিধানসভা সমষ্টিৰ Bharatiya Janata Party (BJP) মনোনীত,  ্থিত_মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় শ্ৰীযুত ৰাজু ম...
05/04/2026

আজি #বকো_ছয়গাওঁ বিধানসভা সমষ্টিৰ Bharatiya Janata Party (BJP) মনোনীত, ্থিত_মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় শ্ৰীযুত ৰাজু মেচ ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে #বকো_গান্ধী_মৈদানত অসমৰ যশস্বী মুখ্যমন্ত্ৰী, পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত অনুষ্ঠিত হ'ব লগীয়া ''বিজয় সংকল্প সভা'' ত সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

এই জয়, অৱধাৰিত অপ্ৰতিৰোধ্য...!!!

#জয়_জনতা_জনাৰ্দন🙏
Himanta Biswa Sarma জিন্দাবাদ🙏
BJP Assam Pradesh জিন্দাবাদ 🙏
Raju Mesh ❤️
Bjp Obc Morcha Assam Pradesh

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when BJP OBC Morcha South Kamrup district posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share