Hatigaon Namghar Durga Puja

Hatigaon Namghar Durga Puja Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hatigaon Namghar Durga Puja, Social service, Hatigaon High School, Gauhati.

This is the official page for Hatigaon ( Namghar ) Durga Puja samittee which was established in 1991

Subhash Kalita ( President )
Jayanta Das ( General Secretary )

প্ৰভু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বিশেষ দিনটোত আমাৰ ২০২৬ বৰ্ষৰ দুৰ্গা পুজাৰ কাৰ্য্যালয় শুভ উদ্বোধন কৰা হ'য় । কাৰ্য্যালয় উদ্বোধ...
05/09/2026

প্ৰভু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বিশেষ দিনটোত আমাৰ ২০২৬ বৰ্ষৰ দুৰ্গা পুজাৰ কাৰ্য্যালয় শুভ উদ্বোধন কৰা হ'য় । কাৰ্য্যালয় উদ্বোধন কৰে , হাতীগাঁ‌ও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মাধবী বশ্য বাইদেউ আৰু দেব কুমাৰ দাস ডাঙৰীয়া । লগতে , অনুস্থানত বহুতো এই অঞ্চলৰ জেষ্ঠ সদস্য উপস্থিত থাকে ।

সকলোকে জনাই অতি সুখি হৈছো যে আমাৰ পুজা খনে গুৱাহাটীত অনুস্থিত হোৱা ৫০০ ৰো অধিক পুজা সমূহৰ ভিতৰত স্ৱচ্ছতাৰ ভিত্তিত প্ৰথম ...
22/11/2025

সকলোকে জনাই অতি সুখি হৈছো যে আমাৰ পুজা খনে গুৱাহাটীত অনুস্থিত হোৱা ৫০০ ৰো অধিক পুজা সমূহৰ ভিতৰত স্ৱচ্ছতাৰ ভিত্তিত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । আজি মাচখোৱাৰ আই . টি . এ প্ৰেক্ষাগৃহত মেয়ৰ মৃগেন শৰনিয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আমাক এই বটা প্ৰদান কৰা হ'য় ।

এই বৰ্ষৰ আমাৰ মহা লক্ষ্মী পূজা....
07/10/2025

এই বৰ্ষৰ আমাৰ মহা লক্ষ্মী পূজা....

জুবিন দাক লগত লৈ আমাৰ পূজা অনুস্থিত হ'ল । দাদা সদায় আছে  আৰু থাকিব । জয় জুবিন দা
05/10/2025

জুবিন দাক লগত লৈ আমাৰ পূজা অনুস্থিত হ'ল । দাদা সদায় আছে আৰু থাকিব ।

জয় জুবিন দা

এই বৰ্ষৰ মহাষ্টমী , মহানৱমী আৰু বিজয়া দষমীৰ কিছু মুহুৰ্ত । লগতে সকলো ৰাইজলৈ আমাক সকলো কাৰ্যসূচীতে সহায় সহযোগ আগবঢ়াই যোৱা...
05/10/2025

এই বৰ্ষৰ মহাষ্টমী , মহানৱমী আৰু বিজয়া দষমীৰ কিছু মুহুৰ্ত । লগতে সকলো ৰাইজলৈ আমাক সকলো কাৰ্যসূচীতে সহায় সহযোগ আগবঢ়াই যোৱাৰ বাবে বিশেষ ধন্যবাদ ।

মহা ষষ্টি আৰু মহা সপ্তমীৰ বিশেষ মুহুৰ্ত সমূহ ....
29/09/2025

মহা ষষ্টি আৰু মহা সপ্তমীৰ বিশেষ মুহুৰ্ত সমূহ ....

27/09/2025

যদিও মন বোৰ সেমেকা গতিকে মাঁ‌ক আদৰি মাৰঁ‌ পৰা অলপ শক্তি বিচাৰিছো , আজি আমি মাঁ‌ৰ প্ৰতিমা মণ্ডপলৈ লৈ যোৱা কিছু দৃশ্য

18/09/2025

লাইক খুটা স্থাপন কাৰ্যসূচীৰ কিছু মূহুৰ্ত ....

যোৱা ১৭ চেপ্তেম্বৰ , ২০২৫ তাৰিখে , বাবা বিশ্বকৰ্মা পুজাৰ বিশেষ দিনটোত আমাৰ এই বৰ্ষৰ বৃহত্তৰ হাতীগাঁ‌ও ( নামঘৰ ) দুৰ্গা প...
18/09/2025

যোৱা ১৭ চেপ্তেম্বৰ , ২০২৫ তাৰিখে , বাবা বিশ্বকৰ্মা পুজাৰ বিশেষ দিনটোত আমাৰ এই বৰ্ষৰ বৃহত্তৰ হাতীগাঁ‌ও ( নামঘৰ ) দুৰ্গা পুজা উৎসৱৰ লাই খুটা স্থাপন কাৰ্যসূচী সকলো ৰীতি নীতি মাজেৰে সুকলমে অনুস্থিত কৰা হ'ল ।

সকলো ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিছোঁ … লগতে এইবাৰৰ মহানৱমীৰ বিশেষ আকৰ্ষণ , আৰতি প্ৰতিযোগিতা আৰু লক্ষ্মী পূজাৰ দিনটোত থ...
01/09/2025

সকলো ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিছোঁ … লগতে এইবাৰৰ মহানৱমীৰ বিশেষ আকৰ্ষণ , আৰতি প্ৰতিযোগিতা আৰু লক্ষ্মী পূজাৰ দিনটোত থাকিব ছোৱালীৰ নাগাৰা নাম

Address

Hatigaon High School
Gauhati
781038

Website

Alerts

Be the first to know and let us send you an email when Hatigaon Namghar Durga Puja posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category