24/04/2024
বিজয় সংকল্প যাত্ৰাৰ অংশস্বৰূপে আজি পুনৰ নগাঁও আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ আন কেইখনমান বিশেষ ঠাইলৈ যাম৷ মাননীয় শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকাশ বাৰ্তা কঢ়িয়াই আপোনালোকৰ সান্নিধ্যত কিছু সময় কটাবলৈ আগ্ৰহেৰে বাট চাই ৰ'লোঁ৷
Look forward to receive the continued blessings of the people of Nagaon and Darrang-Udalguri LS constituencies today as part of our