Pollab Pratim Hazarika - Minor games Secretary candidate GU PGSU 2023-24

  • Home
  • India
  • Gauhati
  • Pollab Pratim Hazarika - Minor games Secretary candidate GU PGSU 2023-24

Pollab Pratim Hazarika - Minor games Secretary candidate GU PGSU 2023-24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pollab Pratim Hazarika - Minor games Secretary candidate GU PGSU 2023-24, Social service, Gauhati University, Guwahati, Gauhati.

23/09/2023

" খেল খেলুৱৈ সামৰি
হ'ব নৱ বিপ্লৱ
হাতত হাত ধৰি
আহিছে আগুৱাই
অপ্ৰতিৰোধ্য পল্লৱ "

Social service

নমস্কাৰ। মই পল্লৱ প্ৰতিম হাজৰিকা । আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত লঘু ক্ৰীড়া ...
22/09/2023

নমস্কাৰ।
মই পল্লৱ প্ৰতিম হাজৰিকা । আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত লঘু ক্ৰীড়া সম্পাদক পদটিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিভাৰ সমাহাৰ। অজস্ৰ সম্ভাৱনা আছে প্ৰতিটো চুকে কোণে। এই সম্ভাৱনাসমূহৰ প্ৰয়োজনীয় সা-সুবিধা আৰু ব্যৱস্থাপনাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন। একেলগে আমি থিয় দিম।
একেলগে সফলতাৰ দিগন্ত চুমিম।
সকলোৰে গঠনমূলক দিহা পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।



-24

Address

Gauhati University, Guwahati
Gauhati
781014

Website

Alerts

Be the first to know and let us send you an email when Pollab Pratim Hazarika - Minor games Secretary candidate GU PGSU 2023-24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category