Lakhyajit Saikia- Cultural Secretary Candidate GU PGSU 2023-24

  • Home
  • India
  • Gauhati
  • Lakhyajit Saikia- Cultural Secretary Candidate GU PGSU 2023-24

Lakhyajit Saikia- Cultural Secretary Candidate GU PGSU 2023-24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lakhyajit Saikia- Cultural Secretary Candidate GU PGSU 2023-24, Social service, Gauhati University, Guwahati, Gauhati.

সিদ্ধান্ত আপোনাৰ হাতত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক ক্ষেত্ৰত সমন্বয় আৰু প্ৰগতিৰ জোৱাৰ অনাৰ বাবে আগ বাহি আহিছোঁ । ম...
26/09/2023

সিদ্ধান্ত আপোনাৰ হাতত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক ক্ষেত্ৰত সমন্বয় আৰু প্ৰগতিৰ জোৱাৰ অনাৰ বাবে আগ বাহি আহিছোঁ । মই নহয়, আমি হৈ আগবাঢ়িম, সকলো সমস্যাৰ সমাধান কৰিম।

25/09/2023

সজাই পৰাই কথা ক'ব নাজানো বিশেষ। সাংস্কৃতিক পথাৰখনত এটি দুটি কাম কৰিছোঁ। বুজিবলৈ চেষ্টা কৰিছোঁ এই পথাৰৰ কৃষক হোৱাটো কিমান কঠিন। বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ দিন ধৰি সাংস্কৃতিক সম্ভাৱনা দেখিছোঁ। সমান্তৰালভাৱে দেখিছোঁ সাংস্কৃতিক বিড়ম্বনাও। দেখিছোঁ কেনেদৰে বিভাগীয় সম্পাদক অবিহনে চলিছে বিভাগটো। এই সমগ্ৰ প্ৰক্ৰিয়াৰ ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শী হিচাপে সমূহৰ মাত এটা হৈ থিয় হোৱাৰ মানস কৰিছোঁ। প্ৰয়োজন আপোনাৰ আশীষ, মৰম আৰু সহযোগিতাৰ। আশা কৰিছোঁ। আশা ৰাখিব।
ধন্যবাদেৰে,
লক্ষ্যজিৎ শইকীয়া
সাংস্কৃতিক সম্পাদক পদৰ প্ৰাৰ্থী

Social Service

এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত, এই যুঁজ আপোনালোকৰ সাহসত....এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যাল...
23/09/2023

এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত,
এই যুঁজ আপোনালোকৰ সাহসত....

এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে.....

আমি একেলগে যাম.. একেলগে কৰিম... একেলগে জিনিম।

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।

নমস্কাৰ। মই লক্ষ্যজিৎ শইকীয়া। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সাংস্কৃতিক বাতাৱৰণ সেই বাতাৱৰণে জ্ঞাতে অজ্ঞাতে সকলোকে আকৰ্ষিত ক...
22/09/2023

নমস্কাৰ।
মই লক্ষ্যজিৎ শইকীয়া। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সাংস্কৃতিক বাতাৱৰণ সেই বাতাৱৰণে জ্ঞাতে অজ্ঞাতে সকলোকে আকৰ্ষিত কৰি আহিছে। ময়ো তাৰ ব্যতিক্ৰম নহয়। সাংস্কৃতিক ক্ষেত্ৰখনৰ এজন নিঃকিন কৰ্মী হিচাপে মোৰো বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিপ্লৱৰ অংশীদাৰ হোৱাৰ আশা পূৰ্বৰে পৰাই আছিল। আপোনাসৱৰ মাজৰ এজন হিচাপে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছোঁ। মোৰ আশা, সাহস আৰু দৃঢ়তাই হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থী। সাংস্কৃতিক ক্ষেত্ৰত দেখি অহা বঢ়া-টুটা অৱসান ঘটাই এক ন পৰিৱেশ ৰচনাৰ বাবে লাগিব সকলোৰে সমৰ্থন আৰু আশীৰ্বাদ। আমি আশাবাদী। সকলোৱে হাতে হাত ধৰি থিয় দিম। গঠনমূলক দিহা পৰামৰ্শ আৰু সমালোচনা আমাৰ নিতান্তই কাম্য।

Address

Gauhati University, Guwahati
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Lakhyajit Saikia- Cultural Secretary Candidate GU PGSU 2023-24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category