12/08/2026
মিঞা বুলি অপমান কৰা, মিঞা বুলি গালি দিয়া মানুহ খিনিয়ে জানে নে মিঞা মানে কি? মিঞাৰ অৰ্থ কি? এখেতক কিয় মিঞা কোৱা হয়?
মিঞা মানে ইছলাম ধৰ্মৰ মানুহ, মিঞাৰ অৰ্থ হ'ল মহাশয়, এখেতক এই কাৰণেই মিঞা বুলি কয়, ইয়াৰ কাৰণ মুছলমান সম্প্ৰদায়ৰ মানুহে সদায় আনৰ সৈতে ভদ্ৰ ব্যৱহাৰ কৰে, সৰু, ডাঙৰ, জ্যেষ্ঠ সকলোকে ভদ্ৰতা সৈতে কথা কয়, যেনে আপুনি, আপোনাৰ, আৰু ছালামৰ সৈতে সন্মান প্ৰদান কৰে। কিন্তু আন আন ধৰ্মৰ মানুহে এই ব্যৱহাৰ নকৰে, সিহঁতে সৰু, ডাঙৰ, জ্যেষ্ঠ সকলোকে তই, কেলা, মাকচুদাই, আৰু আন আন ভাষাৰে আপ্যায়ন কৰে। এইবোৰ ভাষে সন্মান প্ৰদান কৰে।
যি সকলে নিজৰ আত্মসন্মান বুজি নাপায় তেওঁলোকে আন সন্মান কেনেকৈ বুজি পাব।