চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

  • Home
  • India
  • Gauhati
  • চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha চাহ জনগোষ্ঠী ঐক্য মঞ্চ পেজটিলৈ সকলোকে স্বাগতম জনাইছোঁ। 🙏🌱🍃 যোগাযোগ - 6002606693 / 9101253758 / 6002898906
(1)

সন্ধানহীন!!  যোৰহাট জিলাৰ অন্তৰ্গত গটঙা চাহ বাগিচাৰ ১৭ বছৰীয়া হৰিপ্ৰসাদ গাঞ্জাম সন্ধানহীন । কাণেৰে নুশুনা আৰু ভালকৈ কথা...
29/05/2026

সন্ধানহীন!!

যোৰহাট জিলাৰ অন্তৰ্গত গটঙা চাহ বাগিচাৰ ১৭ বছৰীয়া হৰিপ্ৰসাদ গাঞ্জাম সন্ধানহীন । কাণেৰে নুশুনা আৰু ভালকৈ কথা ক'ব নোৱাৰা যুৱকজনক বিচাৰি হাবাথুৰি খাইছে তেওঁৰ পৰিয়ালে । যদি কোনোবাই এই যুৱকজনক ক'ৰবাত দেখা পাই শীঘ্ৰেই তলত উল্লেখ কৰা যোগাযোগ নম্বৰত ফোন কৰিবলৈ অনুৰোধ জনালোঁ।

নাম: হৰিপ্ৰসাদ গাঞ্জাম
বয়স: ১৭
জিলা: যোৰহাট, অসম
থানা: ৰৰৈয়া (যোৰহাট)
ডাক: গটঙা
পিন নং: ৭৮৫৬১৬
গাওঁ: গটঙা চাহ বাগিচা
ফোন নম্বৰ: 9395480021

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

21/05/2026

পৃথিৱীৰ ৯৯ শতাংশ মানুহৰ আবেগৰ লগত জড়িত এই চাহৰ আজি বিশেষ দিন । আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ প্ৰাকক্ষণত চাহৰ লগত জড়িত সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha
🌱

ভাৰতীয় ক্ৰিকেট জগতৰ আই পি এলত এক নতুন অধ্যায়!! ১৩ বলত অৰ্ধশতক ৰাণ কৰি শীৰ্ষ স্থান দখল কৰিলে চেন্নাই ছুপাৰ কিংছৰ যুৱ খে...
11/05/2026

ভাৰতীয় ক্ৰিকেট জগতৰ আই পি এলত এক নতুন অধ্যায়!!
১৩ বলত অৰ্ধশতক ৰাণ কৰি শীৰ্ষ স্থান দখল কৰিলে চেন্নাই ছুপাৰ কিংছৰ যুৱ খেলুৱৈ ঊৰ্বিল পেটেলে।। তেখেতলৈ আন্তৰিক অভিনন্দন জনালোঁ।‌


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

সাধাৰণ চাহ জনগোষ্ঠী পৰিয়ালত জন্মগ্ৰহণ কৰি  কঠিন শিলাময় পথত অশেষ কষ্ট ,পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত অসমৰ চাহ জনগোষ্ঠীৰ প...
11/05/2026

সাধাৰণ চাহ জনগোষ্ঠী পৰিয়ালত জন্মগ্ৰহণ কৰি কঠিন শিলাময় পথত অশেষ কষ্ট ,পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত অসমৰ চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী এ পি এছ তথা উচ্চ পদস্থ আৰক্ষী বিষয়া হিচাপে নিজৰ পৰিচয় দাঙি ধৰা শ্ৰীযুত নোমল মাহাত্ব দেৱে জনসেৱাৰ লগতে সাহিত্য সেৱাত ওতপ্ৰোতভাৱে জড়িত হৈ আহিছে । অসমীয়া আৰু ইংৰাজী সাহিত্যত তেখেতৰ অৱদানে যথেষ্ট আকৰ্ষিত কৰিছে যাৰ ফলত আজি অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান - ২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে।

অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান - ২০২৫ লাভ কৰা বঙাইগাঁও জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত নোমল মাহাত্ব দেৱলৈ চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। তেখেতৰ এই কৰ্মৰ কৃতকাৰ্যই যুৱ প্ৰজন্মক নিশ্চয় অনুপ্ৰাণিত কৰিব। তেখেতৰ সংগ্ৰামী জয়যাত্ৰাৰ সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিছোঁ।

ধন্যবাদ 👏

NUMAL Mahatta





অসম চাহ জনজাতি ছাত্ৰ সন্থা
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

09/05/2026

অৱশেষত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে প্ৰিয়ংকা ফুকনে।

এই চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পেজটোৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাব বিচাৰোঁ যে চাহ জনগোষ্ঠী আদিবাসী সমাজখনৰ আবেগক লৈ হেতালি খেলা, বিৰূপ মন্তব্য কৰা , তুচ্ছ তাচ্ছিল্য কৰাৰ আগত এশবাৰ ভাবি লোৱা উচিত । নহ'লে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিত থাকিবই প্ৰয়োজন হ'লে আইনী ব্যৱস্থা হাতত ল'বলৈ কুণ্ঠাবোধ নকৰে চাহ জনগোষ্ঠী আদিবাসী সমাজে ।

এইজনীৰ ঠেক মানসিকতাক ধিক্কাৰ জনাইছোঁ।। 🤬

অসম চাহ জনজাতি ছাত্ৰ সন্থা
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

মাইজান চাহ বাগিছাৰ গৌৰৱ !! সদ্য ঘোষিত MBBS পৰীক্ষাত  লক্ষীমপুৰ মেডিকেল কলেজৰ পৰা উত্তীৰ্ণ হৈ মাইজান চাহ বাগিছালৈ গৌৰৱ কঢ...
09/05/2026

মাইজান চাহ বাগিছাৰ গৌৰৱ !!

সদ্য ঘোষিত MBBS পৰীক্ষাত লক্ষীমপুৰ মেডিকেল কলেজৰ পৰা উত্তীৰ্ণ হৈ মাইজান চাহ বাগিছালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ডা° প্ৰবীণ কৰ্মকাৰলৈ চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ ।

তেখেতৰ পৰিশ্ৰম আৰু অধ্যৱসায়ে উঠি অহা নৱ প্ৰজন্মক নিশ্চয় উৎসাহিত কৰিব।


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ ১৬৫ সংখ্যক ৰবীন্দ্ৰ জয়ন্তীৰ ক্ষণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। 👏👏চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha...
09/05/2026

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ ১৬৫ সংখ্যক ৰবীন্দ্ৰ জয়ন্তীৰ ক্ষণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো।

👏👏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

বিশ্বনাথ জিলা তথা বৃহত্তৰ চাহ জনগোষ্ঠীৰ গৌৰৱ !! বেদেতীৰ নিবাসী শ্ৰীযুত মঞ্জিত কুৰ্মী আৰু শ্ৰীমতী দীপা কুৰ্মীৰ সুযোগ্য সন...
09/05/2026

বিশ্বনাথ জিলা তথা বৃহত্তৰ চাহ জনগোষ্ঠীৰ গৌৰৱ !!

বেদেতীৰ নিবাসী শ্ৰীযুত মঞ্জিত কুৰ্মী আৰু শ্ৰীমতী দীপা কুৰ্মীৰ সুযোগ্য সন্তান ৰাজনীশ কুৰ্মীয়ে যোৰহাট মেডিকেল কলেজৰ পৰা M.B.B.S পাঠ্যক্ৰমৰ ২০২৬ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ।
চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা ৰাজনীশ কুৰ্মী লৈ অভিনন্দন জনালোঁ ৷

ৰাজনীশৰ জীৱন-যাত্ৰা আৰু কৰ্মনিষ্ঠাই সমাজৰ দহজন ৰ বাবে প্ৰেৰণাৰ উৎস হৈ উঠক। তেওঁৰ সাহস, একাগ্ৰতা আৰু মানৱীয় গুণে নতুন প্ৰজন্মক সপোন দেখিবলৈ আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ উৎসাহিত কৰক।


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

সদ্য ঘোষিত MBBS পৰীক্ষাত লক্ষীমপুৰ মেডিকেল কলেজ চিকিৎসালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লক্ষীমপুৰ জিলাৰ দলাহাট চাহ বাগি...
08/05/2026

সদ্য ঘোষিত MBBS পৰীক্ষাত লক্ষীমপুৰ মেডিকেল কলেজ চিকিৎসালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লক্ষীমপুৰ জিলাৰ দলাহাট চাহ বাগিচাৰ সনাতন ভূমিজৰ পুত্ৰ শ্ৰী অশোক ভূমিজলৈ চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

আমাৰ জনগোষ্ঠীৰ গৌৰৱ ! শিলচৰ মেডিকেল কলেজৰ ভিতৰত MBBS পৰীক্ষাত পঞ্চম স্থান দখল কৰিছে  ঢেকিয়াজুলীৰ চাহ বাগিচাৰ শ্ৰীমতী এলি...
08/05/2026

আমাৰ জনগোষ্ঠীৰ গৌৰৱ !

শিলচৰ মেডিকেল কলেজৰ ভিতৰত MBBS পৰীক্ষাত পঞ্চম স্থান দখল কৰিছে ঢেকিয়াজুলীৰ চাহ বাগিচাৰ শ্ৰীমতী এলিছ তপ্নই ।
চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জনালোঁ । 🎉🎉



চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

সদ্যঘোষিত MBBS পৰীক্ষাত উত্তীৰ্ণ হৈ চাহ জনগোষ্ঠী  সমাজ খনলৈ গৌৰৱ কঢ়িয়াই অনা শ্রীমতী হিমাদ্ৰী কুৰ্মীলৈ চাহ জনগোষ্ঠী ‌ঐক...
08/05/2026

সদ্যঘোষিত MBBS পৰীক্ষাত উত্তীৰ্ণ হৈ চাহ জনগোষ্ঠী সমাজ খনলৈ গৌৰৱ কঢ়িয়াই অনা শ্রীমতী হিমাদ্ৰী কুৰ্মীলৈ চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা এই আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ। 🎉🎉




চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

Address

Gauhati

Alerts

Be the first to know and let us send you an email when চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha:

Share

Category