BJP South Ghy booth no. 225

BJP South Ghy booth no. 225 political party

23/03/2025

ৰাজ্যজুৰি গ্ৰন্থ সংস্কৃতিৰ প্রসাৰ-প্ৰচাৰৰ বাবে পদক্ষেপ গ্রহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ মহৎ উদ্দেশ্য আগত ৰাখি ২০২৫ বৰ্ষটি কিতাপৰ বৰ্ষ হিচাপে পালন কৰা হৈছে৷ সকলোৰে সহযোগিতা কাম্য৷

Inculcating Reading Habits. A Vision for 2025

HCM Dr. Himanta Biswa Sarma envisions The to foster a culture of reading across Assam. As part of , a special decision has been taken to promote reading through key initiatives:
📚 Financial support for young writers
📚Assistance to districts for organising Book Fairs
📚Books as official gifts at government programs
📚One-time grant for government employees to purchase books

23/03/2025
আজি ২৩/০৬/২৪ তাৰিখে (২২৫) ২০৮ নং বুথত ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৭১ তম মৃত্যুবাৰ্ষিকী ( বলিদান দিৱস ) বুথৰ কাৰ্যকৰ্তাৰ উপ...
23/06/2024

আজি ২৩/০৬/২৪ তাৰিখে (২২৫) ২০৮ নং বুথত ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৭১ তম মৃত্যুবাৰ্ষিকী ( বলিদান দিৱস ) বুথৰ কাৰ্যকৰ্তাৰ উপস্থিতিত পালন কৰা হয়।
BJP Assam Pradesh Narendra Modi Bharatiya Janata Party (BJP) BJP Guwahati City District Manjita Daimary GMC ward no.23 Ashim Das Mrigen Sarania Himanta Biswa Sarma Bhabesh kalita ভৱেশ কলিতা

23/06/2024
23/06/2024

"এখন দেশত দুই প্ৰধান - দুই বিধান - দুই নিচান নচলিব নচলিব"।

ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ কাৰনে সৰ্বোচ্চ বলিদান দিয়া বিশিষ্ট শিক্ষাবিদ, ৰাষ্ট্ৰীয়তাবাদী নেতা আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মূখাৰ্জী দেৱৰ পূন্য তিথি (বলিদান দিৱস)ত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো.....🙏🙏🙏

বুথ নং ২০৮ (208)  ৰ অন্তগৰ্ত পৃষ্ঠা প্ৰমুখ ( booth page incharge) সকলক পৃষ্ঠা বিতৰণ কৰাৰ মূহুৰ্ত।   #मोदी_का_परिवार     ...
28/03/2024

বুথ নং ২০৮ (208) ৰ অন্তগৰ্ত পৃষ্ঠা প্ৰমুখ ( booth page incharge) সকলক পৃষ্ঠা বিতৰণ কৰাৰ মূহুৰ্ত।
#मोदी_का_परिवार Narendra Modi Bhabesh kalita ভৱেশ কলিতা

28/03/2024

The clock is ticking away. Fulfill your duty by paying your property tax on or before March 31, 2024.

Visit gmcpropertytax.com now to complete the process.

Alternatively, explore the online service at your nearest CSC/Seva Kendra/Revenue Zones of Guwahati Municipal Corporation.

28/03/2024

BJP jindabad

28/03/2024

Address

Gauhati
781025

Website

Alerts

Be the first to know and let us send you an email when BJP South Ghy booth no. 225 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share