Department of Irrigation, Government of Assam

Department of Irrigation, Government of Assam Official page of the Department of Irrigation, Govt. of Assam

15/03/2026

অবিৰত জলসিঞ্চনে দিছে ডিমৰীয়াৰ কৃষক বন্ধুসকলক নতুন প্ৰত্যাশা।

আহকচোন জানি লঁও, জলসিঞ্চন বিভাগে কিদৰে সমৃদ্ধ কৰি ৰাখিছে ডিমৰীয়াৰ কৃষিপথাৰ সমূহ।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

15/03/2026

অবিৰত জলসিঞ্চনেৰে পলাশবাৰীৰ কৃষিভূমি সমূহ সমৃদ্ধ কৰি ৰাখিছে জলসিঞ্চন বিভাগৰ পলাশবাৰী- জালুকবাৰী সংমণ্ডলৰ কেইবাখনো আঁচনিয়ে।

আহকচোন কেইগৰাকীমান কৃষকবন্ধুৰ মুখেৰেই আজি শুনো এই জলসিঞ্চন আঁচনিসমূহৰ দ্বাৰা কিদৰে উপকৃত হৈছে তেঁওলোক।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

12/03/2026

অবিৰত জলসিঞ্চন, সমৃদ্ধ খেতিপথাৰ!

ওদালগুৰি জিলাৰ ৩২,২৭০ হেক্টৰ কৃষিভূমিলৈ অবিৰত জলসিঞ্চন সুনিশ্চিত কৰি জিলাখনৰ কৃষক সকলৰ মুখলৈ ধনশিৰি জলসিঞ্চন প্ৰকল্পই কিদৰে হাঁহি উভতাই আনিলে, কৃষকবন্ধু সকলৰ মুখেৰেই শুনোচোন আহক।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

10/03/2026

অবিৰত জলসিঞ্চন, সমৃদ্ধ খেতিপথাৰ!

বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা গভীৰ নলীনাদ আঁচনি খনিয়ে অবিৰত জলসিঞ্চনৰ জৰিয়তে ১৬ হেক্টৰ কৃষিভূমি সমৃদ্ধ কৰি ৰাখিছে।

জলসিঞ্চন বিভাগৰ বৰপেটা- চেঙা- মন্দিয়া সংমণ্ডলৰ দ্বাৰা ৰূপায়িত এই জলসিঞ্চন আঁচনিয়ে ৭৩ টাকৈ কৃষক পৰিয়ালক কৃষি উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উপকৃত কৰি এই পৰিয়ালসমূহৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

09/03/2026

অসমৰ কৃষিপথাৰ সমূহ অবিৰত জলসিঞ্চনেৰে জীপাল কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ সংকল্প সদায়ে অটল।

সেই সংকল্পৰ আধাৰতেই ৰূপায়িত এক অন্যতম গুৰুত্বপূৰ্ণ জলসিঞ্চন আঁচনি হৈছে জালুকবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত পলাশবাৰী- জালুকবাৰী সংমণ্ডলৰ মৌজুলী চৰ অঞ্চলৰ সৌৰশক্তিৰ দ্বাৰা পৰিচালিত গভীৰ নলীনাদ আঁচনিখনি।

আহকচোন, মৌজুলী চৰাঞ্চলৰ কৃষকবন্ধু সকলৰ মুখেৰেই শুনো তেঁওলোকক কেনেদৰে উপকৃত কৰিছে এই আঁচনিখনিয়ে।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

06/03/2026

পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ২০০ হেক্টৰ কৃষি ভূমি অবিৰত জলসিঞ্চনেৰে সমৃদ্ধ কৰি ৰাখিছে কুলীয়া নিজৰা বোৱতী জলসিঞ্চন আঁচনিয়ে।

জলসিঞ্চন বিভাগৰ পলাশবাৰী- জালুকবাৰী সংমণ্ডলৰ দ্বাৰা ৰূপায়িত এই আঁচনিৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

05/03/2026

অবিৰত জলসিঞ্চন, সমৃদ্ধ খেতিপথাৰ!

কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৯৭৪ হেক্টৰ কৃষিভূমি জীপাল কৰি ৰাখিছে জলসিঞ্চন বিভাগৰ পলাশবাৰী- জালুকবাৰী সংমণ্ডলৰ দ্বাৰা ৰূপায়িত উভতি জলসিঞ্চন আঁচনিখনিয়ে।

প্ৰায় ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলাৰ দ্বাৰা কৃষিভূমি সমূহলৈ অবিৰত জলসিঞ্চন সুনিশ্চিত কৰি ২২টাকৈ কৃষক পৰিয়ালৰ সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এই জলসিঞ্চন আঁচনিখনৰ কিছু দৃশ্য আপোনাসৱলৈ আগবঢ়াইছোঁ।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Ministry of Jal Shakti, Department of Water Resources, RD & GR
C R Paatil

আবিৰৰ এই উৎসৱত সকলোৰে জীৱন জীপাল হৈ উঠক নতুন আশা, শান্তি আৰু সমৃদ্ধিৰ ৰঙেৰে। সকলোলৈকে ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰ...
04/03/2026

আবিৰৰ এই উৎসৱত সকলোৰে জীৱন জীপাল হৈ উঠক নতুন আশা, শান্তি আৰু সমৃদ্ধিৰ ৰঙেৰে। সকলোলৈকে ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Address

Office Of The Chief Engineer, Irrigation Department Assam, 2nd Block-B, Krishna Nagar, Chandmari
Gauhati
781003

Alerts

Be the first to know and let us send you an email when Department of Irrigation, Government of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Department of Irrigation, Government of Assam:

Shortcuts

Share