অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

  • Home
  • India
  • Gauhati
  • অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP, Political organisation, AGP Head Office, GNB Road, Ambari, Guwahati-1., Gauhati.
(1)

30/03/2026

: মিত্ৰদল বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়াৰ উপস্থিতিত বিজয় সংকল্প সভা, বোকাখাত

ফাকুৱাৰ শুভেচ্ছা....
04/03/2026

ফাকুৱাৰ শুভেচ্ছা....

আজি অসম ছাত্ৰ পৰিষদৰ কলিয়াবৰ সমষ্টি সমিতিৰ উদ্যোগত কলিয়াবৰ অগপৰ কাৰ্য্যালয়ত অগপৰ মাননীয় কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্...
28/02/2026

আজি অসম ছাত্ৰ পৰিষদৰ কলিয়াবৰ সমষ্টি সমিতিৰ উদ্যোগত কলিয়াবৰ অগপৰ কাৰ্য্যালয়ত অগপৰ মাননীয় কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত বিভিন্ন সংগঠনত নেতৃত্ব বহন কৰি অহা বহু যুৱকৰ লগতে নৱপ্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে অগপ তথা সংগঠনটোৰ আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰি অনুষ্ঠানিকভাৱে যোগদান কৰে। নৱাগত সকলোকে মাননীয় কাৰ্যকৰী সভাপতি মহন্ত ডাঙৰীয়াই অসম গণ পৰিষদৰ বৃহৎ পৰিয়ালটোলৈ আন্তৰিক স্বাগতম জনায় আৰু শুভেচ্ছা জ্ঞাপন কৰে।
অসম ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি শ্ৰী পল কুমাৰ বৰদলৈয়ে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত, কলিয়াবৰ বিধান পৰিষদৰ সভাপতি শ্ৰী তিলক নাথ, সম্পাদক শ্ৰী মুন নাথ, কলিয়াবৰ যুৱ পৰিষদৰ সভাপতি শ্ৰী কেশৱ বৰুৱা, অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য শ্ৰী হীমেন ভূঞা, অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী জয় বৰা, উপ-সভাপতি শ্ৰী পৱিত্ৰ বৰা প্ৰমুখ্যে অগপ তথা ভাতৃ সংগঠনটোৰ বিভিন্ন দায়িত্বত থকা অন্যান্য বিষয়ববীয়া, সদস্যসকল উপস্থিত থাকে।

#কলিয়াবৰ

অসম ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টি সমিতিৰ পূৰ্ণগঠন ।    কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় বৰা, উপ-সভাপতি পব...
26/02/2026

অসম ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টি সমিতিৰ পূৰ্ণগঠন ।
কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় বৰা, উপ-সভাপতি পবিত্ৰ বৰা আৰু সম্পাদক মাধুৰ্য্য বৰাৰ উপস্থিতিত দেৱাশীষ নাথক সভাপতি,হিয়ানুজ সৰস্বতীক কাৰ্য্যকৰী সভাপতি, ৰোহন নাথ আৰু আদিত্য সূত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ...
নৱ দায়িত্ব প্ৰাপ্ত সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।।

#শোণিতপুৰ #বৰছলা

Acp Sonitpur Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত

24/02/2026

অসম ছাত্ৰ পৰিষদৰ উদ্যোগত EXAM SHASTRAZ ৰ সহযোগত আগন্তুক STATE AND CENTRAL GOVERNMENT EXAMS সমূহৰ বাবে অসমৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৫০০ জন ছাত্ৰ- ছাত্ৰীক এক বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সেয়েহে ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলক তলত দিয়া Google Form Link ত গৈ Fill up কৰিবৰ বাবে অনুৰোধ জনাইছো।

যোগাযোগ নম্বৰ -
7002007281, 95089 62857

https://docs.google.com/forms/d/1P0bnJKduZCAsov0LmyifFG_RcXHFKAVuCB0OyOOnrs0/edit?chromeless=1

আজি ৰঙানদীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ নেতৃত্বত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অসম গণ পৰিষদত...
20/02/2026

আজি ৰঙানদীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ নেতৃত্বত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অসম গণ পৰিষদত যোগদান কৰে।।

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

আলি-আ:য়ে-লৃগাংৰ শুভেচ্ছা
18/02/2026

আলি-আ:য়ে-লৃগাংৰ
শুভেচ্ছা

হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।।
10/02/2026

হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।।


আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু  উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা উদ্দেশ্যে অসম ছাত্ৰ পৰিষদ, কলিয়াবৰ সমিতিৰ তৰফ...
06/02/2026

আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা উদ্দেশ্যে অসম ছাত্ৰ পৰিষদ, কলিয়াবৰ সমিতিৰ তৰফৰ পৰা দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ শুভেচ্ছা জনোৱা হয়

অসম ছাত্ৰ পৰিষদৰ ৰঙানদী সমষ্টিৰ কৰ্মকৰ্তাসকলে আগন্তুক হাইস্কুল‌ শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ ...
03/02/2026

অসম ছাত্ৰ পৰিষদৰ ৰঙানদী সমষ্টিৰ কৰ্মকৰ্তাসকলে আগন্তুক হাইস্কুল‌ শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে-ঘৰে গৈ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰী প্ৰদান কৰে।
#ৰঙানদী

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ১১৮ সংখ্যক ওপজা দিন উপলক্ষে অসম ছাত্ৰ পৰিষদৰ হৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় ...
31/01/2026

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ১১৮ সংখ্যক ওপজা দিন উপলক্ষে অসম ছাত্ৰ পৰিষদৰ হৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় বৰা আৰু উপ সভাপতি পবিত্ৰ বৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ তেজপুৰ স্থিত সমাধীস্থলীত সংগীত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনাই পুস্পাঞ্জলি অৰ্পণ কৰে।।

#বিষ্ণু_প্ৰসাদ_ৰাভা

 #মে_ডাম_মে_ফী  আন্তৰিক শুভকামনা
31/01/2026

#মে_ডাম_মে_ফী

আন্তৰিক শুভকামনা

Address

AGP Head Office, GNB Road, Ambari, Guwahati-1.
Gauhati
781001

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP:

Share