Aam Aadmi Party - Kamrup Metro

Aam Aadmi Party - Kamrup Metro আমাৰ page থকা হকুলো বন্ধু বান্ধৱী ক শুৱাগতম

04/12/2022

■ বদৰুদ্দিন আজমলে দিয়া অতি সাংপ্ৰদায়িক আৰু নাৰীক লৈ যি যি অপমানজনৰ মন্তব্য কৰিলে তাৰ বিৰুদ্ধে আম আদমী পাৰ্টীয়ে তীব্ৰ গৰিহণা দিছে।
■ বদৰুদ্দিন আজমলৰ এই মন্তব্য বিজেপিৰ দ্বাৰা এক পৰোক্ষ পূৰ্ব-পৰিকল্পনা l ANI এ কৰিমগংজত আহি আজমলৰ হিন্দীত বাইট লোৱাটো এই ইংগিত দিছে

■ দিল্লীৰ পৌৰ নিগম নিৰ্বাচন আৰু গুজৰাটৰ দ্বিতীয় পৰ্য্যায় বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে চিন্তাত পৰি এনেধৰণৰ কিছুমান বিষবাষ্প সমাজলৈ এৰি দিছে।

■ ৰাষ্ট্ৰীয় পৰ্য্যায়ত যেনেকৈ আছাদুদ্দিন ওয়েছী ৰাষ্ট্ৰীয় বিজেপি ৰ পৰোক্ষ সমৰ্থক; ঠিক একেদৰে অসমত বদৰুদ্দিন আজমল ৰাজ্যিক বিজেপিৰ পৰোক্ষ সমৰ্থক। বিজেপি আৰু AIUDF একেই মুদ্ৰাৰ ইপিঠী সিপীঠী । আজমল বা AIUDF অবিহনে বিজেপিৰ সাংপ্ৰদায়িক ৰাজনিতিৰ থল নাই ।

■ আজমলে হিন্দুক ইমান বেয়াকৈ কৈছে তথাপিও হিন্দুত্ববাদৰ ৰাজনীতি কৰা বিজেপিৰ মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মী সকলে কিয় আজমলক বিৰুদ্ধে একো আইনী ব্যবস্থা লোৱা পৰিলক্ষিত হোৱা নাই ।

■ আজমলে নাৰী সমাজক ইমান বেয়াকৈ কৈছে তথাপিও বিজেপি মহিলা মৰ্চাৰ বা অসম মহিলা আযোগে পৰা কিয় একো পদক্ষেপ লোৱা নাই?
■ আজমলে মুখ্যমন্ত্ৰীক ইমান বেয়াকৈ কৈছে তথাপিও গৃহমন্ত্রালয় কিয় মনে মনে আছে?
■ অসমৰ ৰাইজে এইধৰনৰ তুচ্ছ ৰাজনিতি ভালদৰে বুজি পাইছে আৰু এনেধৰনৰ ৰাজনিতিক অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে ।

Meeting with local leaders of kumarkuchi panchayat todayThanks to Bulu Baruah for help usAAP ZINDABADAAP YOUTH WING ASSA...
24/07/2022

Meeting with local leaders of kumarkuchi panchayat today
Thanks to Bulu Baruah for help us
AAP ZINDABAD
AAP YOUTH WING ASSAM ZINDABAD
JAI AI AXOM

গুৱাহাটী মহানগৰীৰ আৰু কামৰূপৰ জিলা আপ যুৱ শক্তি কমিটি গঠন কৰাৰ হব,    আপ যুৱ শক্তি ৰ হৈ বলিষ্টো আৰু সততাৰে কাম কৰিব বিচৰ...
17/07/2022

গুৱাহাটী মহানগৰীৰ আৰু কামৰূপৰ জিলা আপ যুৱ শক্তি কমিটি গঠন কৰাৰ হব,
আপ যুৱ শক্তি ৰ হৈ বলিষ্টো আৰু সততাৰে কাম কৰিব বিচৰা এছুক প্ৰ্থি সকলে যোগাযোগ কৰক
মোবাইল নম্বৰ = 8099797180

10/05/2022

BJP বিফলতাৰ ১বছৰ প্ৰতিবাদী কাৰ্যসূচী

আপ যুৱ শক্তি, অসম ৰাজ্যিক পৰ্যায়ত সভাযোৱা ৫ আৰু ৬ মে' ২০২২ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়...
09/05/2022

আপ যুৱ শক্তি, অসম ৰাজ্যিক পৰ্যায়ত সভা

যোৱা ৫ আৰু ৬ মে' ২০২২ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আপ যুৱ শক্তিৰ উদ্যোগত ১৮ খন জিলাৰ বিভিন্ন প্ৰান্তৰ যুৱ শক্তিৰ কৰ্মকৰ্তা সকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত উপস্থিত থাকে আপ যুৱ শক্তি, অসমৰ ৰাজ্যিক তত্ত্বাৱধায়ক ৰূদ্ৰাংকুৰ হাজৰিকা, আপ যুৱ শক্তি, অসমৰ ৰাজ্যিক সমন্বয়ক ড৹ কুকিল বৰুৱা ডাঙৰীয়াৰ লগতে যুৱ শক্তিৰ ৰাজ্যিক বিষয়ববীয়া সকল।

আগন্তুক সময়ত যুৱ শক্তিৰ কাৰ্যপন্থাৰ লগতে যুৱ সমাজৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হয়।


অৰবিন্দ কেজৰিৱালৰ মন্তব্য...
08/05/2022

অৰবিন্দ কেজৰিৱালৰ মন্তব্য...

New joining ward number 59@60
08/05/2022

New joining ward number 59@60

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ উপলক্ষে যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা।
08/05/2022

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ উপলক্ষে যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা।

অসম চৰকাৰে কোনো এখন স্কুল এনেকুৱা বনাব পাৰিছেনে ?     ......................................................?
08/05/2022

অসম চৰকাৰে কোনো এখন স্কুল এনেকুৱা বনাব পাৰিছেনে ?
......................................................?

Address

Pan Bazar
Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when Aam Aadmi Party - Kamrup Metro posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aam Aadmi Party - Kamrup Metro:

Share