Pradip Debnath

Pradip Debnath BJP KISAN MORCHA GUWAHATI CITY DISTRICT MEDIA CO CONVENOR

ভাৰতীৰ জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ কৃষক মৰ্চাৰ মোক ছ’চিয়েল মিডিয়াৰ সহ আহ্বায়ক দায়িত্ব দিয়াৰ বাবে মই ভাৰতীৰ জ...
11/11/2025

ভাৰতীৰ জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ কৃষক মৰ্চাৰ মোক ছ’চিয়েল মিডিয়াৰ সহ আহ্বায়ক দায়িত্ব দিয়াৰ বাবে মই ভাৰতীৰ জনতা পাৰ্টীৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া ভাৰতীৰ জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ জিলাৰ সভাপতি মৃণাল দাস ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰমুখ্যে সমূহ শুভাকাংশীক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

Birthday celebration of our Respected CM Himanta Biswa Sarma , at Dispur Minister Colony. Wishing you a very blessed bir...
01/02/2024

Birthday celebration of our Respected CM Himanta Biswa Sarma , at Dispur Minister Colony. Wishing you a very blessed birthday sir. Thank you for the wonderful treat, yesterday night at your residence.
With regards,
Pradip Debnath
Sports Cell Member.
BJP OBC MORCHA ASSAM PRADESH.

Happy Republic Day all of you
26/01/2024

Happy Republic Day all of you

20/01/2024
Welcome to Assam
19/01/2024

Welcome to Assam

বাপতিসাহোন ভোগালী বিহু উপলক্ষে সমূহ অসমবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।ভোগালীৰ উলাহে আনন্দময় কৰি তোলক প্ৰতিজনৰে জী...
14/01/2024

বাপতিসাহোন ভোগালী বিহু উপলক্ষে সমূহ অসমবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।ভোগালীৰ উলাহে আনন্দময় কৰি তোলক প্ৰতিজনৰে জীৱন।

Regards
Pradip debnath
Bjp State Obc Morcha Sports Cell Member

Happy National Youth Day
12/01/2024

Happy National Youth Day

অভিনন্দন, ভাৰত! 🇮🇳দেশৰ প্ৰথম মহাকাশ-আধাৰিত সৌৰ বীক্ষণাগাৰ আদিত্য-এল১ সফলতাৰে অন্তিম গন্তব্য স্থানত উপনীত হৈছে। আটাইতকৈ জ...
10/01/2024

অভিনন্দন, ভাৰত! 🇮🇳

দেশৰ প্ৰথম মহাকাশ-আধাৰিত সৌৰ বীক্ষণাগাৰ আদিত্য-এল১ সফলতাৰে অন্তিম গন্তব্য স্থানত উপনীত হৈছে। আটাইতকৈ জটিল মহাকাশ অভিযানসমূহৰ ভিতৰত অন্যতম এই অভিযান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ বৈজ্ঞানিকসকলৰ নিৰন্তৰ প্ৰচেষ্টা প্ৰশংসনীয় !

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Pradip Debnath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share