All Tai Ahom Students’ Union - ATASU

All Tai Ahom Students’ Union - ATASU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Tai Ahom Students’ Union - ATASU, Social service, Guwahati, Jayanagr, Gauhati.

17/06/2025
তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত অসম বিধানসভাৰ প্ৰবেশদ্বাৰৰ সন্মুখত  "দিছ্পুৰ ঘেৰাও" কাৰ...
14/06/2025

তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত অসম বিধানসভাৰ প্ৰবেশদ্বাৰৰ সন্মুখত "দিছ্পুৰ ঘেৰাও" কাৰ্যসূচী ৰূপায়ন কৰা আটাছুৰ সভাপতি চাও মিলন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ক্ৰমে চাও ভাস্কৰ জ্যোতি বৰগোহাঁইৰ লগতে চাৰি শতাধিক আটাছু কৰ্মীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান পৰ্যন্ত মুক্তি দিয়া নাই । অনতিপলমে প্ৰতিজন কৰ্মীক বিনাচৰ্তে মুক্তি দিয়ক । অন্যথা আজি নিশা পৰাই সমগ্ৰ জিলা সমূহত প্ৰতিবাদ আৰম্ভ কৰা হব । চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক ভেটা দি আটাছুৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক । বৰ্তমান গ্ৰেপ্তাৰ কৰা কৰ্মী সকলক কাহিলীপাৰাস্থিত দশম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যলয়ত ৰখা হৈছে । আটাছুৰ কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহয় : ৰজাঘৰক আটাছুয়ে স্পষ্টভাৱে জনাই দিলোঁ ।

08/04/2025

No ST No REST

26/03/2025

গুৱাহাটী বিশ্ববিদ‍্যালয় তাই আহোম ছাত্ৰ সমাজৰ উদ‍্যোগত আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সহযোগত “জয়মতী কুঁৱৰী” সোঁৱৰণি দিৱসলৈ সকলোলৈ সাদৰৰে নিমন্ত্ৰণ জনালোঁ ।

Address

Guwahati, Jayanagr
Gauhati
781022

Website

Alerts

Be the first to know and let us send you an email when All Tai Ahom Students’ Union - ATASU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category