সপোনৰ দিশ xopunor dikh

সপোনৰ দিশ xopunor dikh "প্ৰেৰণা, আশা আৰু সপোনৰ পথত একেলগে আগবাঢ়োঁ। জীৱনৰ প্ৰতিটো মুহূৰ্ত্তক উজলাই তুলিবলৈ আহাঁ, সপোনৰ দিশলৈ।

07/04/2026

আজি দুলীয়াজানত হোৱা ধ্ৰুৱজ্যোতি গগৈ ৰেলীটোৱে প্ৰমাণ কৰিলে যে দুলীয়াজানত ধ্ৰুৱজ্যোতি গগৈৰ জয় নিশ্চিত।

06/04/2026

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান তিনিটা বস্তুৰ পৰা খুব ভয় খাই আছে 1- Genz
2- BBC News আৰু 3- Victor das

Dhruba Jyoti Gogoi
02/03/2026

Dhruba Jyoti Gogoi

এজন সাহসী আৰু উদ্যমী যুৱ নেতা ধ্ৰুৱজ্যোতি গগৈ, তেওঁ বিগত ১৫ বছৰে নিজৰ স্থিতিত অটল থাকি দুলীয়াজানৰ ৰাইজৰ বাবে একাগ্রতাৰে কাম কৰি আহিছে। আমাৰ দৃঢ় বিশ্বাস ২০২৬ চনত ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াই দুলীয়াজানত এক নতুন, ইতিবাচক পৰিৱৰ্তনৰ বাতাবৰণ সৃষ্টি কৰিব। এখন শক্তিশালী সমাজ গঢ়াৰ লক্ষ্যৰে তেওঁৰ এই জনসেৱাৰ যাত্ৰা অধিক সফল হওক। 🙏

Dhruba Jyoti Gogoi

এজন সাহসী আৰু উদ্যমী যুৱ নেতা ধ্ৰুৱজ্যোতি গগৈ, তেওঁ বিগত ১৫ বছৰে নিজৰ স্থিতিত অটল থাকি দুলীয়াজানৰ ৰাইজৰ বাবে একাগ্রতাৰে...
02/03/2026

এজন সাহসী আৰু উদ্যমী যুৱ নেতা ধ্ৰুৱজ্যোতি গগৈ, তেওঁ বিগত ১৫ বছৰে নিজৰ স্থিতিত অটল থাকি দুলীয়াজানৰ ৰাইজৰ বাবে একাগ্রতাৰে কাম কৰি আহিছে। আমাৰ দৃঢ় বিশ্বাস ২০২৬ চনত ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াই দুলীয়াজানত এক নতুন, ইতিবাচক পৰিৱৰ্তনৰ বাতাবৰণ সৃষ্টি কৰিব। এখন শক্তিশালী সমাজ গঢ়াৰ লক্ষ্যৰে তেওঁৰ এই জনসেৱাৰ যাত্ৰা অধিক সফল হওক। 🙏

Dhruba Jyoti Gogoi

01/03/2026

Dhruba Jyoti Gogoi

01/03/2026

দুলীয়াজান সমষ্টিৰ যুব নেতা ধ্ৰুৱজ্যোতি গগৈ । দুলীয়াজান সমষ্টিৰ উন্নয়নৰ বাবে এনে এজন প্ৰাৰ্থীৰ প্ৰয়োজন।

Dhruba Jyoti Gogoi

জনাওক আপোনাৰ মতামত
24/01/2026

জনাওক আপোনাৰ মতামত

আধুনিক দুলীয়াজানৰ ৰূপকাৰ,শিক্ষাবিদ,দুলীয়াজানৰ উচ্চ শিক্ষাৰ বাটকটীয়া দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্...
17/12/2025

আধুনিক দুলীয়াজানৰ ৰূপকাৰ,শিক্ষাবিদ,
দুলীয়াজানৰ উচ্চ শিক্ষাৰ বাটকটীয়া দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকা চাৰে আজি সন্ধিয়া ইহলীলা সম্বৰণ কৰে। এয়া দুলীয়াজানৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। চাৰৰ বিদেহ আত্মাই সৰগত ঠাই পাওঁক। ঔম শান্তি।

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ আৰু এটি উজ্জ্বল নক্ষত্ৰ নোহোৱা হ'ল !প্ৰখ্যাত বাঁ‌হীবাদক দীপক শৰ্মাদেৱৰ আকস্মিক বিয়োগৰ খবৰটি শুন...
03/11/2025

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ আৰু এটি উজ্জ্বল নক্ষত্ৰ নোহোৱা হ'ল !
প্ৰখ্যাত বাঁ‌হীবাদক দীপক শৰ্মাদেৱৰ আকস্মিক বিয়োগৰ খবৰটি শুনি অত্যন্ত মৰ্মাহত হ'লোঁ। দেশে-বিদেশে বাঁ‌হীৰ অমিয়া সুৰেৰে আমাৰ ৰাজ্যখনৰ নাম তেখেতে উজলাই ৰাখিছিল। তেখেতৰ বিয়োগ, আমাৰ সংগীত জগতখনৰ অপূৰণীয় ক্ষতি।
তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

জুবিন মাথো এটা নাম বা এজন ব্যক্তি নহয়। জুবিন অসমীয়াৰ আবেগ । জুবিন অসমীয়াৰ অহঙ্কাৰ।
18/10/2025

জুবিন মাথো এটা নাম বা এজন ব্যক্তি নহয়। জুবিন অসমীয়াৰ আবেগ । জুবিন অসমীয়াৰ অহঙ্কাৰ।

16/10/2025

Address

Duliajan
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when সপোনৰ দিশ xopunor dikh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category