ZEN G DJN

ZEN G DJN CHANGE DULIAJAN CHANGE FOR DEVELOPMENT

ৰাইজৰ মৰম আৰু আশীৰ্বাদে প্ৰমাণ কৰিছে দুলীয়াজানৰ ৰাইজে পৰিবৰ্তন বিচাৰে ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত দুলীয়াজান সমষ্টি এক শক...
04/04/2026

ৰাইজৰ মৰম আৰু আশীৰ্বাদে প্ৰমাণ কৰিছে দুলীয়াজানৰ ৰাইজে পৰিবৰ্তন বিচাৰে ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত দুলীয়াজান সমষ্টি এক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ।✊❤️
Dhruba Jyoti Gogoi Zindabad ✊❤️
゚viralシfypシ゚viralシal

"আকৌ নতুন প্ৰভাত হ’ব, ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত দুলীয়াজান আকৌ আগুৱাব!"❤️✊
28/03/2026

"আকৌ নতুন প্ৰভাত হ’ব, ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত দুলীয়াজান আকৌ আগুৱাব!"❤️✊

আমি কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ অন্ধ সমৰ্থক নহয়, বৰঞ্চ দুলীয়াজানৰ উন্নয়ন আৰু প্ৰকৃত পৰিবৰ্তনৰ স্বাৰ্থতহে ধ্ৰুৱজ্যোতি গগ...
25/03/2026

আমি কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ অন্ধ সমৰ্থক নহয়, বৰঞ্চ দুলীয়াজানৰ উন্নয়ন আৰু প্ৰকৃত পৰিবৰ্তনৰ স্বাৰ্থতহে ধ্ৰুৱজ্যোতি গগৈৰ নিঃস্বাৰ্থ সমৰ্থক। সমাজৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদান কোনেও নুই কৰিব নোৱাৰে— বিপদৰ সময়ত ৰক্তদান কৰাই হওক বা আৰ্তজনৰ শিক্ষাৰ বাবে নামভৰ্তিৰ খৰচ আৰু কিতাপ-পত্ৰ যোগান ধৰাই হওক, তেওঁ সদায় সহায়ৰ হাত আগবঢ়াই আহিছে। দুখীয়া পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ পৰা আৰম্ভ কৰি বানপানীৰ দৰে দুৰ্যোগৰ সময়ত ৰাইজৰ মাজত উপস্থিত থাকি খাদ্য-সামগ্ৰী বিতৰণ কৰালৈকে তেওঁ যি সেৱা আগবঢ়াইছে, তাক দুলীয়াজানবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। ইমান বছৰে একেটা আদৰ্শতে থাকি ৰাইজৰ মাজত নিৰন্তৰ সেৱা আগবঢ়াই থকাটো সহজ কথা নহয়। সেয়েহে, দুলীয়াজানৰ সৰ্বাংগীণ উন্নতিৰ স্বাৰ্থত আমি সকলোকে আহ্বান জনাওঁ যে তেওঁক এবাৰ ৫ বছৰৰ বাবে সুযোগ দি চাওঁক; যদিহে তেওঁ আশা কৰা মতে কাম কৰিব নোৱাৰে, তেন্তে গণতন্ত্ৰত ৰাইজেই ৰজা আৰু আগন্তুক দিনত ৰাইজেই পুনৰ ইয়াৰ সঠিক বিচাৰ কৰিব।🙏
"আহক, ৯০ নং দুলীয়াজান সমষ্টিৰ উন্নতিৰ স্বাৰ্থত সকলো জাতি-জনগোষ্ঠী একত্ৰিত হওঁ। এইবাৰ 'হাত' চিনত ধ্ৰুৱজ্যোতি গগৈক বিপুল ভোটত জয়ী কৰি, সমষ্টিটোত এক সুস্থ ৰাজনৈতিক বাতাবৰণ আৰু প্ৰগতিৰ নতুন ধাৰা বোৱাবলৈ তেওঁক এবাৰ সেৱাৰ সুযোগ দিওঁ। আপোনাৰ এটা ভোটেই হওক দুলীয়াজানৰ পৰিবৰ্তনৰ সাৰথি।"
Dhruba Jyoti Gogoi ❤️✊

゚viralシfypシ゚viralシal

দুলীয়াজানৰ ৰাইজে বিচাৰিছে  বলিষ্ঠ পৰিবৰ্তন,  ধ্ৰুৱজ্যোতি গগৈৰ সবল নেতৃত্বই সমষ্টিটোৰ  উন্নয়ন আৰু প্ৰগতিৰ এক নতুন ধাৰা ...
25/03/2026

দুলীয়াজানৰ ৰাইজে বিচাৰিছে বলিষ্ঠ পৰিবৰ্তন, ধ্ৰুৱজ্যোতি গগৈৰ সবল নেতৃত্বই সমষ্টিটোৰ উন্নয়ন আৰু প্ৰগতিৰ এক নতুন ধাৰা সূচনা কৰিব।
জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱৰ বাবে আজি দুলীয়াজানৰ প্ৰতিজন ব্যক্তিৰ বাবে ধ্ৰুৱজ্যোতি গগৈ এক আশা আৰু ভৰসাৰ প্ৰতীক হৈ পৰিছে।❤️✊
Dhruba Jyoti Gogoi Zindabad ❤️ ✊
Gaurav Gogoi

゚viralシfypシ゚viralシal

এজন জননেতা যাৰ ব্যক্তিত্ব আনতকৈ সম্পূৰ্ণ পৃথক, যাৰ নাই কোনো লোভ আৰু নাই কোনো অহংকাৰ; যাৰ একমাত্ৰ লক্ষ্য হৈছে সমাজৰ প্ৰকৃ...
24/03/2026

এজন জননেতা যাৰ ব্যক্তিত্ব আনতকৈ সম্পূৰ্ণ পৃথক, যাৰ নাই কোনো লোভ আৰু নাই কোনো অহংকাৰ; যাৰ একমাত্ৰ লক্ষ্য হৈছে সমাজৰ প্ৰকৃত উন্নয়ন আৰু পৰিবৰ্তন - তেওঁৱেই হৈছে আমাৰ সকলোৰে মৰমৰ ধ্ৰুৱজ্যোতি গগৈ। তেওঁৰ নিস্বাৰ্থ সেৱা আৰু বিনম্ৰ স্বভাৱেই আজি দুলীয়াজানৰ প্ৰতিগৰাকী সচেতন ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
Dhruba Jyoti Gogoi Zindabad ✊❤️

ধ্ৰুৱজ্যোতি গগৈ জিন্দাবাদ।❤️✊
24/03/2026

ধ্ৰুৱজ্যোতি গগৈ জিন্দাবাদ।❤️✊

দুলীয়াজানৰ জাগ্ৰত যুৱ শক্তি আৰু Gen-Z প্ৰজন্মই এইবাৰ একত্ৰিত হৈ পৰিবৰ্তনৰ নতুন সংকল্প লৈছে। আগন্তুক দিনত সমষ্টিটোৰ সৰ্ব...
23/03/2026

দুলীয়াজানৰ জাগ্ৰত যুৱ শক্তি আৰু Gen-Z প্ৰজন্মই এইবাৰ একত্ৰিত হৈ পৰিবৰ্তনৰ নতুন সংকল্প লৈছে। আগন্তুক দিনত সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত ধ্ৰুৱজ্যোতি গগৈৰ হাত শক্তিশালী কৰিবলৈ নৱপ্ৰজন্ম আজি সম্পূৰ্ণৰূপে প্ৰস্তুত। জ্যেষ্ঠৰ আশীৰ্বাদ আৰু তৰুণৰ উদ্যমেৰে দুলীয়াজানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এয়া এক বলিষ্ঠ খোজ আগন্তুক এখন শক্তিশালী দুলীয়াজান গঢ়ি তুলিবলৈ এইয়া সময়ৰ আহ্বান।❤️✊
Dhruba Jyoti Gogoi Zindabad ❤️✊

Dhrubajyoti Gogoi Zindabad ❤️
23/03/2026

Dhrubajyoti Gogoi Zindabad ❤️

22/03/2026



Address

Duliajan Town
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when ZEN G DJN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category