Prakash kr. Sahu

Prakash kr. Sahu Meber Of ATTSA
President Hamder Awaaj
General Secretary Assam Teli/Sahu sabha central committee

ইতিহাস ৰচি চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণত ভাৰতীয় হিচাপে গৌৰাম্বিত। এই সফলতাৰ বাবে ISRO ৰ সকলো বিজ্ঞানী ও কৰ্মকৰ...
23/08/2023

ইতিহাস ৰচি চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণত ভাৰতীয় হিচাপে গৌৰাম্বিত। এই সফলতাৰ বাবে ISRO ৰ সকলো বিজ্ঞানী ও কৰ্মকৰ্তাক অভিনন্দন জনালোঁ।

ভাৰত মাতৃৰ  ৭৭তম্‌  স্বাধীনতা দিৱসৰ দিনা স্বাধীনতা প্ৰাপ্তিৰ হকে নিজৰ প্ৰাণৰ বলিদান দিয়া  প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্...
15/08/2023

ভাৰত মাতৃৰ ৭৭তম্‌ স্বাধীনতা দিৱসৰ দিনা স্বাধীনতা প্ৰাপ্তিৰ হকে নিজৰ প্ৰাণৰ বলিদান দিয়া প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰি সকলো অসমবাসীক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) দুলীয়াজান শাখাৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰীযুত যোগেশ্বৰ কৰ্মকাৰ ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰ...
14/08/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) দুলীয়াজান শাখাৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰীযুত যোগেশ্বৰ কৰ্মকাৰ ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্‌ছা) দুলীয়াজান শাখাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ও বৰ্তমান ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্...
14/08/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্‌ছা) দুলীয়াজান শাখাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ও বৰ্তমান ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী দাদালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

কাজিৰঙা-যোৰহাট- দুলিয়াজানৰ মাজত চলিল পানীৰ পৰা হাইড্ৰজেন সংগ্ৰহ কৰি  চলা বাছ। কাজিৰঙা-যোৰহাট-দুলিয়াজানৰ মাজত নতুন দিগন্...
11/08/2023

কাজিৰঙা-যোৰহাট- দুলিয়াজানৰ মাজত চলিল পানীৰ পৰা হাইড্ৰজেন সংগ্ৰহ কৰি চলা বাছ। কাজিৰঙা-যোৰহাট-দুলিয়াজানৰ মাজত নতুন দিগন্তৰ সূচনা কৰি চলিল পানীৰে চলা বাছ।

আটাছু ডিব্ৰুগড় জিলাৰ  সন্মানীয় সাধাৰণ সম্পাদক ভাতৃপ্ৰতিম  চাও ৰূপম গগৈলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
10/08/2023

আটাছু ডিব্ৰুগড় জিলাৰ সন্মানীয় সাধাৰণ সম্পাদক ভাতৃপ্ৰতিম চাও ৰূপম গগৈলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) তৰফৰ পৰা  দুলিয়াজনৰ চেণ্ট জেভিয়াৰ্ছ স্কুলৰ মেধাবী ছাত্ৰী শ্ৰীমতী স্বাতী কিৰণ গগৈয়ে  ...
22/05/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) তৰফৰ পৰা দুলিয়াজনৰ চেণ্ট জেভিয়াৰ্ছ স্কুলৰ মেধাবী ছাত্ৰী শ্ৰীমতী স্বাতী কিৰণ গগৈয়ে সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰাৰ বাবে আন্তৰিক আভিনন্দন ও উজ্জ্বল শৈক্ষিক জীৱনৰ শুভেচ্ছা জনালোঁ।

02/12/2022
বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী তথা ‘লাচিত দিৱস’ৰ পৱিত্ৰ ক্ষণত মহান বীৰযোদ্ধা গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ...
24/11/2022

বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী তথা ‘লাচিত দিৱস’ৰ পৱিত্ৰ ক্ষণত মহান বীৰযোদ্ধা গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ ।

Address

Dirial T. E. Duliajan , Dibrugarh
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when Prakash kr. Sahu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category