26/11/2023
Happy Constitution day.
Jai Bhim ✊🏻
আজি সংবিধান দিবস 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ দেশত সংবিধান বলবৎ হৈছিল আজি আমাৰ কাৰণে ঐতিহাসিক দিন সংবিধান দিৱসৰ সমূহ দেশবাসী ৰাইজলৈ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🏻🇮🇳
জয় ভীম 🙏🏻✊🏻🇮🇳
"ৰাম অৱতাৰ"