Jadab Swargiary Fan

Jadab Swargiary Fan social media campaign for 36 No Dudhnoi ST Constituency

বিধায়ক পূঁজিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে  লেলা হাইস্কুল চৌহদত নিৰ্মান কৰা এটা চাইকেল গেৰেজ আৰু বিধায়ক পুজিৰে  ৫ লাখ টকাৰে...
29/09/2022

বিধায়ক পূঁজিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে লেলা হাইস্কুল চৌহদত নিৰ্মান কৰা এটা চাইকেল গেৰেজ আৰু বিধায়ক পুজিৰে ৫ লাখ টকাৰে নিৰ্মান কৰা সমূহীয়া ভৱন মুকলি কৰিলে আজি ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদব স্বৰ্গীয়াৰীয়ে৷

আমাৰ বিধায়ক ♥️

গ্ৰেন্দষ্টন ক্লাবৰ উদ্যোগত উনুষ্ঠিত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি চুৰান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থি...
27/08/2022

গ্ৰেন্দষ্টন ক্লাবৰ উদ্যোগত উনুষ্ঠিত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি চুৰান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে।

আমাৰ বিধায়ক ❤️

আজি বাখৰাপুৰ, দামৰাতSonaram Memorial Trust আৰু গাৰো ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত Sonaram R. Sangmar ১০৬ তম মৃত্যু বাৰ্ষ...
27/08/2022

আজি বাখৰাপুৰ, দামৰাত
Sonaram Memorial Trust আৰু গাৰো ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত Sonaram R. Sangmar ১০৬ তম মৃত্যু বাৰ্ষিকী উদযাপনত উপস্থিত থাকে আমাৰ ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী।

আমাৰ‌ বিধায়ক ♥️

  A group of sisters from Brahma Kumaris dropped to 36 No Dudhnoi Constituency's Honourable, MLA Jadab Swargiyary office...
13/08/2022



A group of sisters from Brahma Kumaris dropped to 36 No Dudhnoi Constituency's Honourable, MLA Jadab Swargiyary office & tied Rakhis as a part of Raksha Bandhan celebration.

♥️ &_Sisters

ভাৰত স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্যপুৰন উপলক্ষে আজি কুশধোৱা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা ক...
12/08/2022

ভাৰত স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্যপুৰন উপলক্ষে আজি কুশধোৱা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা কাৰ্য্যসূচীত দলৰ কৰ্মিসকলৰ লগত অংশগ্ৰহণ কৰে ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে।

আমাৰ বিধায়ক ♥️

দুধনৈ মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সোনালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে ৩৬ নং দু...
04/08/2022

দুধনৈ মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সোনালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে।

আমাৰ বিধায়ক ♥️

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আধিনত গোৱালপাৰা‌ জিলাৰ কুশধোৱা জনজাতি উন্নয়ন খণ্ডৰ খণ্ড অভিযান পৰিচালনা শাখাৰ অন্ত...
22/07/2022

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আধিনত গোৱালপাৰা‌ জিলাৰ কুশধোৱা জনজাতি উন্নয়ন খণ্ডৰ খণ্ড অভিযান পৰিচালনা শাখাৰ অন্তৰ্গত ডলফিন মগুল পৰ্যায়ৰ
সংগঠনৰ এিৰংগা বিক্ৰী কেন্দ্ৰ উদ্বোধন কৰে ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ।

আমাৰ বিধায়ক ❤️

গোৱালপাৰা জিলাখনৰ ৪০ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনটোত সমুহ  গোৱালপাৰাবাসী  ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।♥️Goalpara Di...
01/07/2022

গোৱালপাৰা জিলাখনৰ ৪০ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনটোত সমুহ গোৱালপাৰাবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।♥️

Goalpara District Administration, Assam

আজি ৰংজুলী TD ব্লকৰ কনফাৰেঞ্চ  হলত  ব্লক লেভেল ভিজিলেঞ্চ আৰু মনিটৰিং কমিটিৰ সভাত উপস্থিত থাকে ৩৬ নং দুধনৈ বিধানসভা সমষ্ট...
17/06/2022

আজি ৰংজুলী TD ব্লকৰ কনফাৰেঞ্চ হলত ব্লক লেভেল ভিজিলেঞ্চ আৰু মনিটৰিং কমিটিৰ সভাত উপস্থিত থাকে ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে।

আমাৰ বিধায়ক ♥️

আজিৰ পৰা গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ হ'ল ত 3rd Goalpara District WU-SHU Championship 🏆 2022 আৰম্ভ হ'ল।
05/06/2022

আজিৰ পৰা গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ হ'ল ত 3rd Goalpara District WU-SHU Championship 🏆 2022 আৰম্ভ হ'ল।

আজি ৩৬ নং দুধনৈ বিধানসভা (জনজাতী) সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত যাদৱ স্বৰ্গীয়াৰীয়ে ৱাৰ্ড সদস্য মিন্টু দাস আৰু ৰাইজ...
05/06/2022

আজি ৩৬ নং দুধনৈ বিধানসভা (জনজাতী) সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত যাদৱ স্বৰ্গীয়াৰীয়ে ৱাৰ্ড সদস্য মিন্টু দাস আৰু ৰাইজৰ উপস্থিতিত অসম চৰকাৰৰ ্শন আঁচনিৰ জৰিয়তে লাভ কৰা পুনৰ নিৰ্মাণ হ'বলগীয়া উপৰ বগুৱান দাসপাৰা নামঘৰ কামৰ শুভাৰম্ভ কৰে।

আমাৰ বিধায়ক ♥️

দীনানন্দ শান্তি আশ্ৰম পৰিচালনা কমিটিৰ উদ্যোগত  বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে আমাৰ ৩৬ নং ...
05/06/2022

দীনানন্দ শান্তি আশ্ৰম পৰিচালনা কমিটিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে আমাৰ ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে।

আমাৰ বিধায়ক ♥️

Address

Dudhnai

Website

Alerts

Be the first to know and let us send you an email when Jadab Swargiary Fan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share