18/09/2026
দিন-ৰাতি একাকাৰ কৰি, ভাগৰুৱা দেহেৰে নাৰী সমাজৰ অধিকাৰ, সন্মান আৰু সুৰক্ষাৰ বাবে অবিৰত যাত্ৰা। ✊
শৰীৰ ভাগৰি পৰে, কিন্তু নাৰীৰ বাবে কাম কৰাৰ সংকল্প কেতিয়াও ভাগৰি নপৰে।
সদৌ অসম নাৰী শক্তি সন্থা' AAWPA ৰ প্ৰতিগৰাকী সতীৰ্থৰ সাহস আৰু সহযোগিতাই আমাৰ এই যাত্ৰাৰ শক্তি। 🔥
নাৰী শক্তি—আমাৰ সংগ্ৰাম, আমাৰ সাহস, আমাৰ পৰিচয়। ✊