Amarjyoti Deka

Amarjyoti Deka Social Service

08/09/2026
বিশ্বৰ বৃহত্তম গণতন্ত্ৰ মাতৃভূমি ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনাৰে...জয়তু ভাৰত জননী বন্দে্ মাতৰম্
14/08/2026

বিশ্বৰ বৃহত্তম গণতন্ত্ৰ মাতৃভূমি ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনাৰে...

জয়তু ভাৰত জননী
বন্দে্ মাতৰম্

অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে বিজেপিৰ ৰাজ্যিক নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি বৈঠক মাননীয় ৰাষ্ট্...
26/01/2026

অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে বিজেপিৰ ৰাজ্যিক নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি বৈঠক মাননীয় ৰাষ্ট্ৰীয় দায়িত্বপ্ৰাপ্ত প্ৰভাৰী শ্ৰীযুত বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়াৰ পৌৰূহিত্যত মাননীয় ৰাজ্যিক আহ্বায়ক সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়াৰ লগতে ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়া আৰু প্ৰাক্তন ৰাজ্যিক সভাপতি,দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত নাৰায়ণ বৰকটকী ডাঙৰীয়াৰ উপস্থিতিত কালি দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।
ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন সমিতিৰ অন্তৰ্গত স্পেচিয়েল ট্যুৰ বিভাগৰ সহ প্ৰমুখ হিচাপে উক্ত বৈঠকত অংশগ্ৰহণ কৰোঁ।

BJP Assam Pradesh
Baijayant 'Jay' Panda

31/12/2025

Happy New Year 2026
to Everyone...

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when Amarjyoti Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Amarjyoti Deka:

Shortcuts

Share

Category