৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টি

  • Home
  • India
  • Dimakuchi
  • ৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টি

৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টি, Public & Government Service, Dimakuchi.

আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনৰ ৪৫নং ভেৰগাঁও বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী  হব পাৰে প্ৰাক্তন ছাত্ৰ নেতা শ্ৰীযুত ...
30/12/2025

আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনৰ ৪৫নং ভেৰগাঁও বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হব পাৰে প্ৰাক্তন ছাত্ৰ নেতা শ্ৰীযুত নৱজ্যোতি কোচ।
Nabajyoti Koch Himanta Biswa Sarma

আগন্তুক বিধানসভা নিৰ্বাচনৰ ৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰীযুত Biswajit Daimary
07/12/2025

আগন্তুক বিধানসভা নিৰ্বাচনৰ ৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰীযুত Biswajit Daimary

UPPL ৰ নেতা ইন্দিছ আলিৰ বিৰুদ্ধে এজাহাৰ ডিমাকুচি আৰক্ষী চকীত।দুই কিশোৰীক ভূটানলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল ইন্দিছ আলিয়ে। দু...
29/08/2025

UPPL ৰ নেতা ইন্দিছ আলিৰ বিৰুদ্ধে এজাহাৰ ডিমাকুচি আৰক্ষী চকীত।
দুই কিশোৰীক ভূটানলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল ইন্দিছ আলিয়ে।
দুই কিশোৰীৰ বয়স ১৫ আৰু ১৬ বছৰ।

অসমৰ মুখ্যমন্ত্ৰী ডঃ Himanta Biswa Sarma   ডাঙৰীয়াই খিলঞ্জীয়াৰ অধিকাৰৰ সুৰক্ষাৰ বাবে জোৰদাৰ অভিযান চলাই আছে।মিঞাই বেদখ...
17/08/2025

অসমৰ মুখ্যমন্ত্ৰী ডঃ Himanta Biswa Sarma ডাঙৰীয়াই খিলঞ্জীয়াৰ অধিকাৰৰ সুৰক্ষাৰ বাবে জোৰদাৰ অভিযান চলাই আছে।
মিঞাই বেদখল কৰা খিলঞ্জীয়া মাটি উচ্ছেদ কৰি পুনৰ খিলঞ্জীয়াৰ হাতত ঘূৰাই দিয়া হৈছে — এইয়া হ’ল আচল নেতাৰ সাহসিকতা।

কিন্তু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই ঠিক তাৰ বিপৰীত কাম কৰি আছে।

মিঞা লোকসকলক মাটিৰ পট্টা দি বড়ো-খিলঞ্জীয়া জাতিৰ ভৱিষ্যৎক বিপদৰ মুখত ঠেলি দিছে।

👉 বড়ো জাতিৰ মাটিত মিঞা বসতি কঢ়িয়াই অনা মানেই —
আগলৈ বিটিআৰত বড়ো ৰাইজে নিজৰ পৰিচয়হে বিচাৰি ফুৰিব লাগিব।

👉 এজন নেতা যদি নিজৰ জাতিৰ সুৰক্ষাৰ সলনি বিদেশী দ্ৰোহীৰ পক্ষত কাম কৰে —
তেনে দ্ৰোহীক নেতা ক’ব নোৱাৰি , ‘পট্টা বিক্ৰেতা’ বুলি হে কব লাগিব।

প্ৰমোদ বড়োৰ এনে সিদ্ধান্তক ধিক্কাৰ জনাইছোঁ।

আজিৰে পৰা ৰাইজে সতৰ্ক হ’ব লাগিব

✊ খিলঞ্জীয়া শক্তি জিন্দাবাদ
✊ বড়ো জাতিৰ স্বাভিমান অমৰ থাকক

৩২নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ  প্ৰতিনিধিত্বৰ বাবে   দলৰ প্ৰাৰ্থী শ্ৰী দিপেন বড়োক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । 🚜
13/08/2025

৩২নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ প্ৰতিনিধিত্বৰ বাবে দলৰ প্ৰাৰ্থী শ্ৰী দিপেন বড়োক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । 🚜

06/07/2025

Aibar Daoboisa Boro gu haron dibo

Address

Dimakuchi

Website

Alerts

Be the first to know and let us send you an email when ৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share