05/06/2026
আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি বাদলাপাৰা AASAA প্ৰাথমিক সমিতি ফালৰ পৰা বাদলাপাৰা মডেল হাই স্কুলত কিছু গছ ৰোপণ কৰিলোঁ।
লগতে ১নং বাদলাপাৰা প্ৰাথমিক বিদ্যালয় আৰু বাদলাপাৰা মডেল হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলি বাদলাপাৰা মডেল হাই স্কুলৰ পৰা বাদলাপাৰা সাপ্তাহিক বজাৰলৈকে পৰিষ্কাৰ-অভিযান চলাওঁ।
এই কাৰ্যসূচীত সকলোৱে উৎসাহেৰে অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বুজি পালে।