BJYM Digboi Mandal

BJYM Digboi Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Digboi Mandal, Political organisation, Digboi.

অহা কাইলৈ 18/1/2026 তাৰিখে ডিগবৈ সমষ্টি  ভিত্তিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক, জিলা আৰু ডিগবৈ সমষ্টিৰ তিনিওটা মন্ডলৰ ...
17/01/2026

অহা কাইলৈ 18/1/2026 তাৰিখে ডিগবৈ সমষ্টি ভিত্তিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক, জিলা আৰু ডিগবৈ সমষ্টিৰ তিনিওটা মন্ডলৰ সহযোগত বিশাল যুৱ সন্মিলন প্ৰস্তুতি তুংগত হৈ উঠিছে। ডিগবৈ সমষ্টিৰ তিনিও টা মন্ডলৰ যুৱ মৰ্চাৰ বুথৰ সভাপতি/ সম্পাদক সহিতে সকলো সদস্য সকল টিংৰাই বিহু তলীৰ প্ৰাংগনত পুৱা 9:00 বজাত আপোনা লোকৰ উপস্থিতি একান্তই কামনা কৰিলোঁ।

ধন্যবাদ।

BJP Assam Pradesh
BJYM Tinsukia
Suren Phukan

আজি তিনিচুকীয়া জিলাৰ বাজপেয়ী ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী যুত ৰাকেশ দাস ডাঙৰীয়াৰ উপস...
16/12/2025

আজি তিনিচুকীয়া জিলাৰ বাজপেয়ী ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী যুত ৰাকেশ দাস ডাঙৰীয়াৰ উপস্থিতিত দলীয় সাংগঠনিক সভা অনুষ্ঠিত হয়। তেখেতৰ মাৰ্গদৰ্শনত তিনিচুকীয়া জিলা 19 টা মন্ডলৰ যুৱ মৰ্চাৰ সভাপতি/সাধাৰন সমপাদক লগতে যুৱ মৰ্চাৰ নেতৃবৃন্দ সকল উপস্থিত থাকে।
Suren Phukan
Chao Pritom Buragohain
Himanta Biswa Sarma
BJYM

15/12/2025
আজি ইং 13/12/2025 তাৰিখে ডিগবৈ মন্ডল কাৰ্য্যালয়ত ডিগবৈ সমষ্টিৰ প্ৰভাৰী সন্মানীয় শ্ৰী যুত ভবেশ দত্ত ডাঙৰীয়াৰ উপস্থিতিত...
13/12/2025

আজি ইং 13/12/2025 তাৰিখে ডিগবৈ মন্ডল কাৰ্য্যালয়ত ডিগবৈ সমষ্টিৰ প্ৰভাৰী সন্মানীয় শ্ৰী যুত ভবেশ দত্ত ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা যুৱ মৰ্চা ডিগবৈ মন্ডল সমিতিৰ লগত এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হয়। ভবিষ্যতৰ কাৰ্য পন্থা নতুন কৈ গঠন হোৱা যুৱ বুথ বাহিনীৰ লগত সম্পর্ক ৰক্ষা কৰি আহিবলগা 2026 ৰ বিধানসভা নির্বাচনত যুৱক সকলক লগত লৈ কিদৰে আগবাঢ়ি যাব পৰি তাৰ কাৰনে গঠনমূলক পৰামৰ্শ আগবঢ়াই।
উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পার্টি ডিগবৈ মন্ডলৰ সভানেত্রী ডিম্পী সেনোৱাল ডাঙৰীয়ানী, সাধাৰণ সম্পাদক দেবব্ৰত দাস ডাঙৰীয়া, যুৱ মৰ্চাৰ সভাপতি শ্ৰী বিশাল পল ডাঙৰীয়া, সাধাৰণ সম্পাদক শ্ৰী ভুবন তামাং ডাঙৰীয়া প্ৰমুখ্যে কৰি যুৱ মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Bjp jindabad
Bjym jindabad
Suren Phukan
Sarbananda Sonowal
Chao Pritom Buragohain
Himanta Biswa Sarma

28/11/2025
28/11/2025

আজি অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল ঐতিহাসিক "অসম বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক ২০২৫"।

যোৱাকালি আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলাৰ উদ্যোগত মানব...
19/11/2025

যোৱাকালি আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলাৰ উদ্যোগত মানব কল্যাণ ভবনত আয়োজিত হোৱা ৰক্তদান শিবিৰত ডিগবৈ মণ্ডলৰ বিজেপি যুৱ মৰ্চাৰ কার্যকর্তা দ্বাৰা ৰক্ত দান কৰা হয়।”
Suren Phukan
Sarbananda Sonowal
Himanta Biswa Sarma
Chao Pritom Buragohain
BJYM

Address

Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when BJYM Digboi Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share