National Urban Livelihoods Mission, Digboi Municipal Board

  • Home
  • India
  • Digboi
  • National Urban Livelihoods Mission, Digboi Municipal Board

National Urban Livelihoods Mission, Digboi Municipal Board The objective of DAY-NULM a flagship programme of the Ministry of Housing and Urban affairs is to r

22/12/2023

Success story of Street Vendors under PMSVANidhi scheme in Digboi Municipalty




29/07/2023
তিনিচুকীয়া জিলাৰ ডিগবৈত  ডিগবৈ পৌৰসভাৰ উদ্যোগত আৰু ডিগবৈ আত্ম সহায়ক গোটৰ সহযোগত পুনৰ ব্যৱহাৰ কৰিব পৰা  পূৰণা  কাপোৰ ,কিত...
25/05/2023

তিনিচুকীয়া জিলাৰ ডিগবৈত ডিগবৈ পৌৰসভাৰ উদ্যোগত আৰু ডিগবৈ আত্ম সহায়ক গোটৰ সহযোগত পুনৰ ব্যৱহাৰ কৰিব পৰা পূৰণা কাপোৰ ,কিতাপ ,বেগ ,পুতলা জোতা আদি সামগ্ৰী সংগ্ৰহ কৰাৰ বাবে ডিগবৈ পৌৰসভাৰ এলেকাৰ অন্তৰ্গত এ,টি ৰ'ডত থকা পাব্লিক বাছ স্থান , মুলীয়াবাৰী গৰু ফাটেক আৰু ডিগবৈ পৌৰসভাৰ চৌহদত এই তিনিটা স্থানত কেন্দ্ৰ মুকলি কৰে । আজিৰে পৰা ৫ জুন ২০২৩ তাৰিখলৈকে এই কেন্দ্ৰ সমূহত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী সমুহ দিব পাৰিব । ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে এই কেন্দ্ৰ সমূহত সামগ্ৰী দিব পাৰিব


https://fb.watch/kL3pP_ssxh/?mibextid=VhDh1V

ডিগবৈ পৌৰসভাৰ অন্তৰ্গত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ সৌজন্যত আৰু সমূহ আত্মসহায়ক গোটৰ সহযোগত প্ৰতি বছৰৰ দৰে এইব...
10/01/2022

ডিগবৈ পৌৰসভাৰ অন্তৰ্গত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ সৌজন্যত আৰু সমূহ আত্মসহায়ক গোটৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবছৰো মাঘ বিহুৰ উপলক্ষে আত্মসহায়ক গোটৰ দ্বাৰা আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বজাৰ ডিগবৈ পৌৰসভাৰ চৌহদত আৰম্ভ হয় । অনুষ্ঠানটি শুভ উদ্বোধন কৰে ডিগবৈ বিধান সমষ্টিৰ বিধায়ক শ্ৰীযুত সুৰেণ ফুকন ডাঙৰীয়াই আৰু লগতে আত্মসহায়ক গোটৰ দুটি আঞ্চলিক পৰ্যায় সংস্থালৈ (Area Level Federation) ৫০,০০০/- টকাকৈ আনুষ্ঠানিকভাৱে প্ৰতিকী চেক প্ৰদান কৰা কৰা হয় ।

03/08/2020

ডিগবৈ পৌৰ এলেকাৰ অন্তৰ্গত পদপথৰ ব্যৱসায়ী সকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে দীনদয়াল অন্ত্যোদয়া যোজনা - ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান (DAY-NULM) ৰ অধীনত COVID -19 সৰ্বব্যাপী মহামাৰীয়ে জীৱন নিৰ্বাহত ক্ষতি কৰা পদপথৰ ব্যৱসায়ীসকলক কিছু সকাহ দিয়া প্ৰচেষ্টাৰে ভাৰত চৰকাৰে PM Street Vendor's Atma Nirbhar আচঁ‌নি জৰিয়তে ১০০০০( দহ হাজাৰ ) টকা ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে ইচ্ছ্যুক ব্যক্তিয়ক pmsvanidhi.mohuwa.in ৱেবছাইট্ ত আবেদন পত্ৰ পূৰণ কৰিবলৈ জনোৱা হ'ল ।

Address

Muliabari
Digboi
786171

Alerts

Be the first to know and let us send you an email when National Urban Livelihoods Mission, Digboi Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to National Urban Livelihoods Mission, Digboi Municipal Board:

Share