Political And Social Information Group

Political And Social Information Group Political and Social information group for people Rajiv Yasin (G.S. Aam Aadmi Party Dibrugarh District)

06/04/2026
05/04/2026

'ৰিণিকি ভূঞা শৰ্মাই ২খনকৈ ইছলামিক ৰাষ্ট্ৰৰ পাছপ'ৰ্ট প্ৰস্তুত কৰিছে'
'আবু ধাবি, ইজিপ্ত আৰু এণ্টিগুৱা বাৰ্বুদাৰ পাছপ'ৰ্ট আছে ৰিণিকি ভূঞা শৰ্মাৰ'
'ডুবাইত দুটাকৈ বিলাসী এপাৰ্টমেণ্ট আছে হিমন্তবিশ্ব শৰ্মাৰ পত্নীৰ'
'আমেৰিকাতো আছে ৫২ হাজাৰ কোটি টকাৰ কোম্পানী ৰিণিকি ভূঞা শৰ্মাৰ'
'এগৰাকী ভাৰতীয়ই কেনেকৈ ৩ খন দেশৰ পাছপ'ৰ্ট প্ৰস্তুত কৰিব পাৰে?
'নতুন দিল্লীত AICCৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেড়াৰ তথ্য সহকাৰে বিস্ফোৰক মন্তব্য'
'এই তথ্য শুদ্ধ নে অশুদ্ধ হিমন্তবিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগে বুলিও উল্লেখ কৰিলে পৱন খেড়াই'

File Photo

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Political And Social Information Group posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share