Sonowal Kachari Autonomous Council

Sonowal Kachari Autonomous Council Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sonowal Kachari Autonomous Council, Government Organization, Dibrugarh.

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি পৰিষদৰ মু...
04/03/2026

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি পৰিষদৰ মুখপত্ৰ হিচাপে এখন প্ৰাচীৰ পত্ৰিকা 'লেচেৰী' উন্মোচন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল দৱে।

উক্ত অনুষ্ঠানত কাৰ্যবাহী সদস্য খনীন্দ্ৰ সোনোৱাল, কাৰ্যবাহী সদস্য ঋষিকেশ শইকীয়া, সদস্যা নন্দিনী ডেকা, সদস্যা দীপ্তী শইকীয়াৰ লগতে পৰিষদৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

02/03/2026
01/03/2026
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰা মুঠ ২৮৮ গৰাকী মেধাৱী পৰীক্ষাৰ্থ...
18/02/2026

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰা মুঠ ২৮৮ গৰাকী মেধাৱী পৰীক্ষাৰ্থীৰ লগতে সোনোৱাল জনগোষ্ঠিৰ
Assam Civil Service (Jr. Grade)
1. BIDISHA DAS BAGHRI (RANK- 31)
2. DESTIMONA BORAH (RANK- 38)
3. VIOLINA BORAH (RANK- 39)
4. SHIVANGEE SAIKIA (RANK- 40)
Assam Police Service (Jr. Grade)
1. BASANTA KUMAR DHADUMIYA (RANK- 17)
Assam Finance Service (Junior Grade III)
1. GAUTAM SAIKIA (RANK- 42)
Inspector of Labour
1. BHARAT SONOWAL (RANK-8)
লৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ।

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত আজি সোনোৱাল কছাৰী জনগোষ্ঠীৰ পুৰুধা ব্যক্তি শুভ বৰুৱাৰ নামেৰে  প...
22/11/2025

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত আজি সোনোৱাল কছাৰী জনগোষ্ঠীৰ পুৰুধা ব্যক্তি শুভ বৰুৱাৰ নামেৰে প্ৰৱৰ্তন কৰা শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা আঁচনিৰ জলপানি ডিব্ৰুগড়ৰ মানকটা পথস্থিত আউনীআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড॰ পল্লৱী ডেকা বুজৰবৰুৱাই।

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ জৰিয়তে আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হেৰম্বনাথ বড়া উ...
18/11/2025

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ জৰিয়তে আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হেৰম্বনাথ বড়া উচ্চ শিক্ষা ঙজলপানি ২০২৪ আৰু ২০২৫ প্ৰদান কৰা হয়। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় শক্তি মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ সোনোৱাল ডাঙৰীয়াৰ লগতে পৰিষদৰ সদস্য সদস্যা সকল উপস্থিত থাকে।

সোনোৱাল কছাৰী জনগোষ্ঠীৰ বহুদিনীয়া সপোন পূৰণ — গুৱাহাটী সোণাপুৰত “সোনোৱাল ভৱন”ৰ শুভ উদ্বোধন।গুৱাহাটী সোণাপুৰত সোনোৱাল কছা...
12/11/2025

সোনোৱাল কছাৰী জনগোষ্ঠীৰ বহুদিনীয়া সপোন পূৰণ — গুৱাহাটী সোণাপুৰত “সোনোৱাল ভৱন”ৰ শুভ উদ্বোধন।
গুৱাহাটী সোণাপুৰত সোনোৱাল কছাৰী জনগোষ্ঠীৰ সকলো ৰাইজৰ সুবিধাৰ বাবে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ পূজিৰে নিৰ্মাণ কৰা “সোনোৱাল ভৱন” আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উদ্ধোধন কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু ডাঙৰীয়া, দিচপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টঙ্কেশ্বৰ সোনোৱাল ডাঙৰীয়া, পৰিষদৰ সদস্য-সদস্যা সকলৰ লগতে সোনোৱাল কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠন সমূহৰ বিষয়-ববীয়া সকলৰ লগতে সোনোৱাল কছাৰী শুভাকাংক্ষী ৰাইজ সকল উপস্থিত থাকে।

সোনোৱাল জনগোষ্ঠীৰ জেষ্ঠ ৰাজনীতিবিদ,  প্ৰাক্তন বিধায়ক, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা  তথা সমাজ কৰ্মী ক্ষিৰোদ শ...
25/10/2025

সোনোৱাল জনগোষ্ঠীৰ জেষ্ঠ ৰাজনীতিবিদ, প্ৰাক্তন বিধায়ক, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা তথা সমাজ কৰ্মী ক্ষিৰোদ শইকীয়া দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷
তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷
ঔঁম শান্তি !

Address

Dibrugarh
786003

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Alerts

Be the first to know and let us send you an email when Sonowal Kachari Autonomous Council posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sonowal Kachari Autonomous Council:

Share