BJP Dibrugarh District

BJP Dibrugarh District political party

02/06/2026

অসম বিৰোধী অপশক্তিবোৰৰ বিৰুদ্ধে এক দুৰ্জেয় সাহসৰ নাম- ড০ হিমন্ত বিশ্ব শৰ্মা।

01/06/2026

আমাৰ সংকল্প — ৰাষ্ট্ৰহিত সৰ্বোপৰি! 🇮🇳

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত দেশবাসীয়ে জনঅংশগ্ৰহণৰ আন এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।

বৈদেশিক মুদ্ৰা সঞ্চয়ৰ সংকল্পৰে নাগৰিকসকলে সোণ ক্ৰয় হ্ৰাস কৰি দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছে।ইয়াৰ ফলস্বৰূপে, ঘৰুৱা সোণৰ চাহিদাত প্ৰায় ৭০% পৰ্যন্ত হ্ৰাস দেখা গৈছে।

আহক, আমাৰ সৰু সৰু প্ৰচেষ্টা আৰু দায়িত্বশীল অংশগ্ৰহণেৰে ভাৰতক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তোলোঁ!

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া ...
01/06/2026

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া সহিতে দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

এদিনীয়া প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকে।

উল্লেখ্য যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা মণ্ডল তথা বুথ স্তৰলৈকে নিৱাসী প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদ...
01/06/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।

31/05/2026

ভাৰতৰ পৰা হেৰাই যোৱা ঐতিহ্য যেতিয়া পুনৰ স্বদেশলৈ উভতি আহিল, তেতিয়া প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱেৰে ভৰি উঠিল... 🇮🇳

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেদাৰলেণ্ড ভ্ৰমণকালত দেশখনে চৌল সাম্ৰাজ্যৰ যুগৰ সেই দুৰ্লভ তাম্ৰ ফলকসমূহ ভাৰতক পুনৰ ঘূৰাই দিয়াৰ সেই ঐতিহাসিক মুহূৰ্তৰ বিষয়ে শুনো আহকচোন।

31/05/2026

এতিয়া বিশ্বই ভাৰতৰ অস্ত্ৰ-শস্ত্ৰক বিশ্বাস কৰে!

আৰ্মেনিয়াৰ গণৰাজ্য দিৱসৰ সামৰিক পেৰেড...

আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পিনাকা ৰকেট ব্যৱস্থা

GATAGS ১৫৫মিমি আৰ্টিলাৰী গান

স্বাথী অস্ত্ৰৰ স্থান নিৰ্ণয় ৰাডাৰ

" " ৰ পৰা "Defend The World" লৈ ভাৰতৰ আচৰিত যাত্ৰা চাওক...

30/05/2026

এক আইন | সমান অধিকাৰ | এক ঐতিহাসিক সংস্কাৰ🇮🇳

অসমত গৃহীত হোৱা সমান নাগৰিক সংহিতাৰ জড়িয়তে ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে সমান নাগৰিক অধিকাৰ নিশ্চিত কৰাৰ লগতে সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ কৰিব। উল্লেখ্য যে অসমৰ জনজাতীয় সমাজখন ইউ চি চিৰ আওতালৈ নাহিব ।

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ ক...
30/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান সকলোৱে নিজৰ নিজৰ বুথত শ্ৰৱণ কৰোঁ আহক...

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when BJP Dibrugarh District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Dibrugarh District:

Share