27/01/2025
A library was inaugurated on 26-01-2025 evening at this 2nd AISF Battalion, Chabua, Dibrugarh, on the occasion of the 76th Republic Day. The event witnessed the presence of local residents and Battalion personnel, showcasing a strong sense of community spirit. This initiative is in line with the recent decision of the Assam Cabinet and the valuable suggestion of the Hon’ble Chief Minister of Assam, Dr. Himanta Biswa Sarma. The library’s foundation was laid with the generous contribution of 45 books donated by Battalion personnel, aiming to promote knowledge and education among both Battalion personnel and neighboring communities. This marks a significant step toward fostering intellectual growth and community engagement.
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাই লগতে অসমৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ বাহিনীত মাননীয় অধিনায়ক মহোদয়ৰ ঐকান্তিক প্ৰচেষ্টাত এটি পুথিভঁৰাল উদ্ধোধন কৰা হ'ল। পুথিভঁৰালটিৰ পৰা বেটেলিয়ানৰ সমূহ বিষয়া কৰ্মচাৰী আৰু অঞ্চলৰ পঢ়ুৱৈ সমাজ উপকৃত হব বুলি আমি আশাবাদী। প্ৰথম অৱস্থাত আমাৰ বাহিনীৰ বিষয়া কৰ্মচাৰীয়ে মূক্ত হস্তে আগবঢ়োৱা ৪৫ খন কিতাপেৰে আমি এই পুথিভঁৰালটি আৰম্ভ কৰিছো।আগন্তুক সময়ত এনেদৰে সহায় পালে আমি আগুৱাই যাব পাৰিম আশা কৰিছো।
CMO Assam
Himanta Biswa Sarma
DGPAssamPolice