অসম সুমিত

অসম সুমিত By profession a businessman in health sector and by heart a social worker

Good night...my dearest Smases 🌆 Have a sweet dreams 😴 Love you all 💞 সকলোলৈ শুভ ৰাত্ৰি জনালোঁ দেই ৰাইজ 💖
17/03/2026

Good night...my dearest Smases 🌆 Have a sweet dreams 😴 Love you all 💞 সকলোলৈ শুভ ৰাত্ৰি জনালোঁ দেই ৰাইজ 💖

"ভাল চিন্তা ,শুদ্ধ কৰ্ম দৃঢ় বিশ্বাসেৰে পুৱা আৰম্ভ কৰক....সফলতা আপোনাক অনুসৰণ কৰিব ।"       সুপ্ৰভাত জনাইছোঁ সকলোকে....🙏...
16/03/2026

"ভাল চিন্তা ,শুদ্ধ কৰ্ম দৃঢ় বিশ্বাসেৰে পুৱা আৰম্ভ কৰক....সফলতা আপোনাক অনুসৰণ কৰিব ।"
সুপ্ৰভাত জনাইছোঁ সকলোকে....🙏🌹


আমি কেতিয়াও বেলেগৰ বেয়া চিন্তা কৰিব নালাগে।কাৰোবাৰ হৈ যদি আমি ভাল চিন্তা কৰিব নোৱাৰো তেতিয়া হলে বেয়াটো ভবাও আমাৰ বাবে পা...
15/03/2026

আমি কেতিয়াও বেলেগৰ বেয়া চিন্তা কৰিব নালাগে।কাৰোবাৰ হৈ যদি আমি ভাল চিন্তা কৰিব নোৱাৰো তেতিয়া হলে বেয়াটো ভবাও আমাৰ বাবে পাপ হব।শুভৰাত্ৰি জনালোঁ বন্ধু-বান্ধৱী সকল।

01/02/2026

মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ‌।
জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো । বিচৰা ধৰণেই সুখী হওঁক আৰু জীৱন পথত আগুৱাই যাওঁক আপুনি । পৃথিৱীখনো সুন্দৰতকৈও অতি সুন্দৰ হওঁক আপুনি কল্পনা কৰাৰ দৰেই । মিঠা হাঁহিবোৰ বিয়পি পৰক চৌদিশে । বিচৰা সকলোখিনি পাওঁক আপুনি । আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে আপুনি মানুহৰ অন্তৰৰ গভীৰ কোনত সোমাই পৰক । আপোনাৰ ব্যক্তিত্ব আৰু আদৰ্শই সকলোকে অনুপ্ৰানিত কৰি তোলক । আপুনি সদা সজীৱ, চিৰসেউজ এটি সত্বা হৈ আজীৱন উদ্ভাসিত হৈ থাকক ককাইদেউ ৷ আপুনি সূৰ্য্য । কৰ্ম ও ব্যক্তিত্বৰে জীৱন বাটত চিৰকাল সূৰ্য্যৰ দৰে উজ্বলি থাকক ।শুভ জন্মদিন ককাইদেউ happy birthday

ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ OC হিচাপে দায়িত্ব গ্ৰহণ কৰে, প্ৰতাপ গগৈ ডাঙৰীয়াই। সেয়ে এই সুযোগতে তেখেতক এখনি অসমীয়াৰ স্ব...
28/01/2026

ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ OC হিচাপে দায়িত্ব গ্ৰহণ কৰে, প্ৰতাপ গগৈ ডাঙৰীয়াই। সেয়ে এই সুযোগতে তেখেতক এখনি অসমীয়াৰ স্বাভিমান গামোচাৰ লগতে এটি সামান্য উপহাৰেৰে স্বাগতম জনালোঁ আমাৰ আপোন ঠাই খনলৈ। লগ পাই কৃতাৰ্থ হ'লো । আপোনাৰ কৰ্মময় জীৱন সূচাৰুৰূপে আগবাঢ়ক।

25/01/2026
ডিব্ৰুগড়ৰ যান - বাহন আৰক্ষী বিষয়া মৃগেন শইকীয়া দাদা ডিব্ৰুগড়ৰ পৰা বদলি হোৱাৰ বিদায় ক্ষণত  সাক্ষাৎ গ্ৰহণ কৰোঁ। এগৰাকী...
03/01/2026

ডিব্ৰুগড়ৰ যান - বাহন আৰক্ষী বিষয়া মৃগেন শইকীয়া দাদা ডিব্ৰুগড়ৰ পৰা বদলি হোৱাৰ বিদায় ক্ষণত সাক্ষাৎ গ্ৰহণ কৰোঁ। এগৰাকী সৎ, নিষ্ঠাৱান বিষয়া হিচাপে আপুনি থকা সময়খিনিত ডিব্ৰুগড়খনক সুন্দৰকৈ পৰিচালিত কৰি ৰাখিলে।
আপোনাৰ নতুন ঠিকনালৈ অলেখ সেউজ শুভকামনা জ্ঞাপন কৰিলোঁ, দাদা। কৰ্তব্যৰ খাতিৰত নিৰ্দেশ পালন কৰিবই লাগিব ,সেইয়া নিশ্চিত।
বিদায় ক্ষণত অসমীয়াৰ স্বাভিমান এখনি গামোচাৰে সম্বৰ্ধনা জনালোঁ দাদাক।
কুশলে থাকক, দাদা। আকৌ লগ পোৱাৰ আশাৰে,,

ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় গৌৰৱ অভিজিত দিলীপ ডাঙৰীয়াকলগ পোৱাৰ সৌভাগ্য হয়। তেখেতক লগ পাই যথেষ্ট উৎসাহ - উ...
08/12/2025

ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় গৌৰৱ অভিজিত দিলীপ ডাঙৰীয়াক
লগ পোৱাৰ সৌভাগ্য হয়। তেখেতক লগ পাই যথেষ্ট উৎসাহ - উদ্দীপনা লাভ কৰিলোঁ । লগতে তেখেতলৈ এটি উপহাৰ আগবঢ়ালোঁ।
আপোনলৈ থাকিল অলেখ শুভেচ্ছা, ছাৰ। ভালে থাকক সদায় 🙏।

নাহৰকটীয়াৰ এখন বিশেষ বিবাহত এটি গছ পুলি লাভ কৰিলোঁ। এই বিয়াখন হৈছে, সকলোৰে মৰমৰ সময় গগৈৰ ককায়েকৰ। যিখন বিয়াৰ অনুষ্ঠ...
02/12/2025

নাহৰকটীয়াৰ এখন বিশেষ বিবাহত এটি গছ পুলি লাভ কৰিলোঁ। এই বিয়াখন হৈছে, সকলোৰে মৰমৰ সময় গগৈৰ ককায়েকৰ। যিখন বিয়াৰ অনুষ্ঠানলৈ গ'লো। সেইখন বিয়াতে আমাক এটি গছ পুলি যাচিলে সময় গগৈয়ে।
এই ব্যতিক্ৰমী বিয়াখনৰ অংশীদাৰ হ'বলৈ পাই সুখী হ'লো। অশেষ ধন্যবাদ , সময় ভাই। লগতে দাদাৰ বৈবাহিক জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🙏🎉🥰❤️

ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা মোৰ দাদা সদৃশ ৰাজু চেত্ৰীয়ে অতি নিপুণ কৰ্মৰাজীয়ে  3 বছৰ অতিক্ৰম ...
29/11/2025

ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা মোৰ দাদা সদৃশ ৰাজু চেত্ৰীয়ে অতি নিপুণ কৰ্মৰাজীয়ে 3 বছৰ অতিক্ৰম কৰাৰ পিছতেই হঠাৎ বদলিৰ খৱৰ আহিল। আমাৰ এই স্থান এৰি অন্য স্থানলৈ বদলি হোৱা খৱৰটো বিশেষকৈ মোৰ বাবে বেয়া লগা এক ক্ষণ। নিজৰ ভাতৃৰ দৰেই মোক যথেষ্ট মৰম আদৰ কৰে। কিন্তু বিভাগীয় দায়িত্ব আৰু কৰ্তব্য কৰিবই লাগিব , সেইয়া নিশ্চিত। এই বিদায় ক্ষণত আপোনালৈ যাচিলো মৰমৰ সামান্য উপহাৰে অভিনন্দন। নতুন স্থানত ন -উদ্যমে কৰ্তব্য পালন কৰক। শুভেচ্ছা জ্ঞাপন কৰিলোঁ, দাদা। কুশলে থাকক 🙏।

চেন্নাইত নিজৰ জটিল অষ্ট্ৰোপচাৰ সম্পন্ন কৰি কিছুদিন পিছতেই আকৌ ভৰি ভাগি পুনৰ একে পৰিস্থিতিলৈ উভতি যাবলগা হোৱা ছোৱালীজনীক ...
09/10/2025

চেন্নাইত নিজৰ জটিল অষ্ট্ৰোপচাৰ সম্পন্ন কৰি কিছুদিন পিছতেই আকৌ ভৰি ভাগি পুনৰ একে পৰিস্থিতিলৈ উভতি যাবলগা হোৱা ছোৱালীজনীক আমি সকলোৱে মিলি সহায় কৰো আহক।

তলত দিয়া বেংক একাউন্ট আৰু স্কেনাৰৰ জৰিয়তে সকলোকে তাইলৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ।

Gpay no 8099422884

Address

Dibrugarh
786001

Telephone

+919401031656

Website

Alerts

Be the first to know and let us send you an email when অসম সুমিত posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম সুমিত:

Share