District Health Society NHM Dibrugarh

District Health Society NHM Dibrugarh This is the official page of the District Health Society and National Health Mission (NHM), Dibrugarh.

30/05/2026
30/05/2026
30/05/2026
For the first time in history, Assam's mother's death rate (Maternal Mortality Rate) is less than the national average. ...
30/05/2026

For the first time in history, Assam's mother's death rate (Maternal Mortality Rate) is less than the national average. Undoubtedly, this is a very positive news for the health department of Assam.

National Health Mission,Assam District Administration Dibrugarh Ministry of Health and Family Welfare, Government of India CMO Assam

30/05/2026

আপোনাক বা আপোনাৰ আপোনজনক যদিহে কুকুৰে কামুৰিছে, তৎক্ষণাৎ ইয়াৰ ব্যৱস্থা লওক। পলম কৰিলেই আহিব পাৰে মাৰাত্মক বিপদ।

30/05/2026

ক্ৰণিক ফেটিগ চিণ্ড্ৰম এক নিৰৱ অথচ চিন্তনীয় ব্যাধি। এই ব্যাধিৰ দ্বাৰা সঘনাই অৱসাদে আপোনাৰ শৰীৰ দুৰ্বল কৰি তুলিব পাৰে, যি প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনতো। ইয়াৰ বিৰুদ্ধে আজিয়েই সজাগ হওক।

30/05/2026

আপুনি জানেনে, বজাৰত উপলব্ধ ব্ৰেণ্ডেড শীতল পানীয় সমূহৰ তুলনাত আপোনাৰ শৰীৰৰ বাবে অধিক উপযোগী হৈছে নাৰিকলৰ পানীৰ দৰে প্ৰাকৃতিক পানীয়। গৰমৰ দিনত নিজৰ শৰীৰটো শীতল আৰু সুস্থ কৰি ৰাখিবলৈ এনে প্ৰাকৃতিক পানীয়হে গ্ৰহণ কৰিব।

30/05/2026

এই সময় আপোনাৰ শৰীৰৰ বাবে মুঠেও সুবিধাজনক নহয়, উৎকট গৰমে কঢ়িয়াই আনিব পাৰে নানা ধৰণৰ ৰোগ। গতিকে এনে বতৰত আপোনাৰ সতৰ্কতাই হৈছে আপোনাৰ সুৰক্ষা।

30/05/2026

গৰমৰ দিনকেইটাত খাদ্যসমূহ শীতল আৰু সুৰক্ষিত স্থানত ৰাখিব। অত্যাধিক গৰমে আপোনাৰ খাদ্য নষ্ট কৰিব পাৰে। তেনে খাদ্য গ্ৰহণ কৰাৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে। গতিকে গৰমৰ দিনত খাদ্য গ্ৰহণৰ ক্ষেত্ৰটো সঠিক সতৰ্কতা মানি চলক।

30/05/2026

এইয়া গ্ৰীষ্মৰ বতৰ। উৎকট গৰমে সকলোকে আমনি কৰাৰ বতৰ। এই বতৰটোৱে আপোনাক শাৰীৰিক ভাৱেও অৱস কৰি তুলিব পাৰে। নিজৰ পৰ্যাপ্ত যতনেৰে এই গৰমৰ দিনকেইটাত নিজকে সুৰক্ষিত কৰি ৰাখক।

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when District Health Society NHM Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share